--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা আই পি এলত আফগানিস্তানৰ ক্ৰিকেটাৰ নবীন উল হক আৰু গৌতম গম্ভীৰৰ সৈতে বিৰাট কোহলীৰ ৰাজহুৱা বিবাদ হৈ পৰিছিল। সেই বিতৰ্কৰ ফলস্বৰূপে বিৰাটক বহুতে সমালোচনা কৰিছিল। সেই বিবাদৰ পিছতে এজন পাকিস্তানী ক্ৰিকেটাৰে বিৰাটৰ কটা ঘাত নিমখ ছটিয়াই দিলে। বিৰাটেও তাক উত্তৰ দিলে।

যোৱাবাৰ আইপিলত বিৰাটৰ স’তে নবীন আৰু গম্ভীৰৰ লগত কাজিয়া হৈছিল। বাকী ক্ৰিকেটাৰসকলে সংঘাত মোকাবিলা কৰিবলৈ চেষ্টা কৰিছিল। সেই ঘটনাৰ পিছত কোহলীক ইনষ্টাগ্ৰামত মেছেজ কৰিছিল পাকিস্তানী ক্ৰিকেটাৰ ছলমান আলী আঘাই। তেওঁ কৈছিল, “কোহলী বাচ্চা, শান্ত হোৱা! কি হৈছে?’’

আন এজন পাকিস্তানী ক্ৰিকেটাৰ ছাদাব খানে কোহলীক সেই কথা জনালে। এছিয়া কাপত ভাৰত-পাক খেলৰ পূৰ্বে ছলমানৰ মেচেজৰ কথা কয়। ইয়াৰ উত্তৰত কোহলীয়ে কয়- ''মই জানো। মই সেই বাৰ্তাটো দেখিছিলোঁ। মই তেওঁক উত্তৰ দিছো।'' ইমাম উল হকে এই সমগ্ৰ ঘটনাৰ কথা ক’লে। এটা অনুষ্ঠানলৈ আহি গোটেই ঘটনাটো বুজাই দিলে।

অৱশ্যে বিৰাট আৰু নৱিনৰ কাজিয়া সমাধান হৈছে। এই বিশ্বকাপত ভাৰতে দিল্লীত আফগানিস্তানৰ বিৰুদ্ধে খেলিছিল। তাতে দুয়ো হাত মিলায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক