--°C
Loading...
Listen to Article
2 min read
80%
মেষ ৰাশি– ভাল-বেয়াৰ মাজেৰে পাৰ হ'ব দিনটো। দাঁতৰ সমস্যা হোৱাৰ সম্ভাৱনা। সফলতা পাব কামত। এলাহ ত্যাগ কৰিলে ভাল। প্ৰেমত শান্তি।

বৃষ ৰাশি– চাকৰিত পদোন্নতি, ব্যৱসায়ত লাভ। কিন্তু স্বাস্থ্যৰ সমস্যা থাকিব। পাৰিবাৰিত দিশত শ্ৰী বৃদ্ধি। অবিবাহিতৰ বিবাহৰ সম্পূৰ্ণ যোগ।


মিথুন ৰাশি– কেৰিয়াৰ, আৰ্থিক লগতে পাৰিবাৰিক জীৱনত আশানুৰূপ ফল লাভৰ যোগ। বিবাহিত সকলৰ বাবে দিনটো সুখৰ। কিন্তু প্ৰেমৰ ক্ষেত্ৰত কিছু সমস্যাই দেখা দিয়াৰ সম্ভৱনা।

কৰ্কট ৰাশি – এই ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোৰ আৰম্ভণি কিছু কষ্টকৰ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত কিছু সমস্যা। যৌথ ব্যৱসায় কৰা সকল কিছু সাৱধান হোৱা প্ৰয়োজন।

 
সিংহ ৰাশি – পূৰ্বতে কৰা কামৰ ফল আজি লাভ কৰাৰ সম্ভাৱনা। আধৰুৱা কামে পূৰ্ণতা পাব। নতুন চাকৰি তথা কৰ্ম ক্ষেত্ৰত সফলতা। ধনৰ আগমন।

কন্যা ৰাশি– চাকৰি লাভৰ প্ৰৱল সম্ভাৱনা। ভাগ্যই সংগ দিব। ধনৰ আগমন। সঞ্চয়ৰ ক্ষেত্ৰতো শক্তিশালী হব। যাৰ পৰিণতিত ভৱিষ্যতেও ভাল ফল লাভ কৰিব।

তুলা ৰাশি – ভাতৃ ভগ্নীৰ বাবে স্বাস্থ্যৰ দিশত কিছু কষ্ট পাব। কিন্তু ধন লাভৰ সম্ভাৱনা। ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষাৰ দিশত উন্নত ফল। প্ৰেমে মান্যতা লাভৰ প্ৰচুৰ সম্ভাৱনা।

বৃশ্চিক ৰাশি – প্ৰত্যাহ্বান পূৰ্ণ হ'ব আজিৰ দিনটো। আৰ্থিক সমস্যাই দেখা দিব পাৰে। বিবাহৰ দিশত সকৰাত্মক দিশ। কথা বতৰাত সংযত হোৱাটো খুৱেই প্ৰয়োজন।

ধনু ৰাশি– আৰ্থিক সমস্যা সমাধান হোৱাৰ সম্ভাৱনা। ছাত্ৰ ছাত্ৰী সকলৰ বাবে বিয়লিবেলাৰ পিছৰ পৰা শুভ হব। বৈবাহিক জীৱন তথা প্ৰেমত সুখৰ দিশ।

মকৰ ৰাশি – আৰ্থিক দিশ আৰু শিক্ষাৰ ক্ষেত্ৰত ভাল ফলৰ সম্ভৱনা। সন্ধিয়ালৈ স্বাস্থ্য কিছু কষ্টদায়ক, সাৱধান হোৱা প্ৰয়োজন। পাৰিবাৰিক দিশ আৰু প্ৰেমত সফলতা।

কুম্ভ ৰাশি – এই ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো খুবেই ভাল। সকলো কামতে সফলতা প্ৰাপ্তিৰ প্ৰৱল সম্ভাৱনা। ধনৰ আগমন। প্ৰেমত সফল। আলহি আহিব পাৰে।

মীন ৰাশি– অৰ্থৰ আগমন। দূৰ যাত্ৰাৰ প্ৰৱল সম্ভাৱনা। অচিনাকি জনৰ পৰা সাৱধান।  সন্ধিয়ালৈ উন্নতি। বৈবাহিক জীৱনত সুখ। ছাত্ৰ-ছাত্ৰীৰ বাবেও ভাল।















FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই