--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ২৩ ছেপ্টেম্বৰ৷ আপোনাৰ আজিৰ দিনটো কেনেদৰে অতিবাহিত হ’ব? জানি লওক আজিৰ দিনটোৰ ৰাশিফল৷

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ’ব৷ নতুন প্ৰেমৰ আৰম্ভণি হ’ব পাৰে, যদিও আজি আপুনি সজাগ নহ’লে ঘৰুৱা সম্পত্তি সামান্য নষ্ট হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়। 

বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ‌ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব৷ ৰাজনৈতিক ব্যক্তিসকলে ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা সৃষ্টি হোৱাৰ যোগ দেখা যায়।

মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ৷ আৰক্ষী-প্ৰশাসনৰ লগত জড়িত ব্যক্তিসকলৰ সুনাম বাঢ়িব৷ লগতে আজি আপোনাৰ বন্ধুৰ সহায়-সহযোগিতা মাজেৰে দিনটো পাৰ হ’ব।

কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰসকলে আজিৰ দিনটোত যান-বাহন সুখ লাভ কৰিব, যি কোনো কৰ্ম শুভ আৰম্ভণি কৰিলে সেই নিদিষ্ট কৰ্মটিত সফলতাৰে আগুৱাই যাবলৈ সক্ষম হ’ব, যদিও আজি আপুনি সজাগ নহ’লে সৰু-সুৰা কথাত সামান্য মনত ভয় ভাব সৃষ্টি হোৱাৰ যোগ দেখা যায়।





সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আয় বাঢ়িব, আৰ্থিক দিশটো শুভ বুলি ক’ব পাৰি, সাহিত্যসকলৰ সাহিত্য সেৱাত মনোনিৱেশ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ভ্ৰমণত বাধাৰ সৃষ্টি হ'ব পাৰে।

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুন নতুন যোগাযোগ হ’ব, ব্যৱসায়িকভাৱে সফলতা লাভ কৰিব, কৰ্মক্ষেত্ৰত সফলতা আহিব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ কৰাৰ যোগ দেখা যায়।

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত ভাল কাপোৰ লাভ কৰিব পাৰে, ৰোগ আৰোগ্য হ’ব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য দেহ-মনত ক্লান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য অৱহেলা আহিব পাৰে, কৰ্মত সামান্য বাধাৰ সৃষ্টি হ'ব পাৰে, লগতে আজি আপুনি মনত অশান্তিৰ ভাৱ সৃষ্টি কৰিব পাৰা কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব।

ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধন-সন্মান বাঢ়িব, শিল্পীসকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য কষ্ট পাবলগীয়া খবৰ লাভ কৰিব পাৰে।

মকৰ ৰাশি: মকৰ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুন প্ৰেৰণা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য দেহ মনত আঘাত পাবলগীয়া হ’ব পাৰে লগতে আজি আপোনাৰ মনলৈ বিদ্বেষ ভাৱ সৃষ্টি হ'ব পৰা কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব।

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুন নতুন দায়িত্ব লাভ কৰিব পাৰে, আয় বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য নি:সংগতাৰ ভাব সৃষ্টি হ’ব পাৰে।

মীন ৰাশি: মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনৰ চিন্তাধাৰা উন্নত মানৰ হ’ব, কৰ্মত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা