--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান চুলি সৰাটো এতিয়া সকলোৰে বাবে প্ৰধান সমস্যা হৈ পৰিছে ৷ ই মানসিক চাপৰ অৱস্থা আৰু ইয়াৰ কাৰণ কি ,ইয়াক কেনেকৈ বন্ধ কৰিব পাৰি সেই বিষয়ে চিন্তাত পৰে নেকি আপুনি। আপুনি হয়তো ইণ্টাৰনেটত চুলি সৰা কাৰণৰ উত্তৰ বিচাৰিছে, য’ত কিছুমান উৎসই জেনেটিক্স, অত্যধিক মানসিক চাপ আৰু উদ্বেগ, বা উচ্চ ৰাসায়নিক পদাৰ্থৰ বাবে দোষাৰোপ কৰে।
 কিন্তু যদি আপুনি চুলি সৰাৰ প্ৰকৃত কাৰণ জানিব বিচাৰে, তেন্তে নিশ্চিতভাৱে ইয়াত উল্লেখ কৰা ৫টা তেজৰ পৰীক্ষা কৰক। কিছুমান বিশেসজ্ঞৰ পৰামৰ্শ মতে,

চুলি সৰাৰ বাবে এইবোৰ পৰীক্ষা কৰিব লাগিব —

১)ভিটামিন ডি পৰীক্ষা
২)ভিটামিন বি১২ পৰীক্ষা
৩)টিএছএইছ মাত্ৰা
৪)ছিৰাম ফেৰিটিন পৰীক্ষা
৫)কেলচিয়ামৰ মাত্ৰা


চুলি সৰা কেনেকৈ বন্ধ কৰিব পাৰি জানো আহক —

স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক: খাদ্য হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ যিয়ে আপোনাৰ দৈনন্দিন প্ৰয়োজনীয়তা প্ৰটিন, আইৰণ, ভিটামিন,জিংক আৰু বায়টিনৰ দৰে খনিজ পদাৰ্থ পূৰণ কৰে। সেয়েহে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক আৰু হাইড্ৰেটেড হৈ থাকিব যাতে চুলিৰ ছিদ্ৰবোৰ পুষ্টিকৰ হয়।

চুলিৰ যত্ন: আপোনাৰ চুলিৰ ধৰণ আৰু টেক্সচাৰৰ বাবে উপযুক্ত চেম্পু বাছি লওক। কঠোৰ আৰু অত্যধিক ধোৱাৰ ফলত আপোনাৰ চুলিৰ শিপা দুৰ্বল আৰু ক্ষতি হ’ব পাৰে।সেয়হে নিয়মিতভাৱে তেল প্ৰয়োগ আৰু মূৰৰ ছালত মালিচ কৰিলে চুলি মজবুত হ’ব পাৰে।

যোগাসন কৰক: বহু গৱেষণাত দেখা গৈছে যে মানসিক চাপ আৰু উদ্বেগে চুলি সৰাৰ সূচনা কৰিব পাৰে। গতিকে, যদি আপুনি অত্যধিক চুলি সৰা লক্ষ্য কৰিছে, তেন্তে নিজৰ বাবে কিছু সময় উলিয়াই যোগাসন আৰু ধ্যান কৰাৰ অভ্যাস কৰক। ইয়াৰ বাহিৰেও দৈনিক ৭-৮ ঘন্টা পৰ্যাপ্ত টোপনি যাওক ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?