--°C
Loading...
Listen to Article
2 min read
80%

৬/১১/২০২৩ সোমবাৰ 


মেষ ৰাশি: একাগ্ৰতাৰে আজি আপুনি সকলো কামতে সফল হ’ব পাৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে পাৰ্থক্য থাকিব। আহি থকা লাভৰ বাবে যাতে নিজৰ কোনো ধৰণৰ লোকচান নহয়, সেইটো মনত ৰাখিব।

বৃষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ হ’ব। ব্যৱসায়ীসকলৰ বাবে অতি লাভজনক দিন হ’ব পাৰে। পাৰিবাৰিক জীৱনত সুখ আৰু সন্তুষ্টি থাকিব। বন্ধুবৰ্গক লগ পাই মন আনন্দ হ’ব।

মিথুন ৰাশি: আজি দিনটো আপোনাৰ বাবে প্ৰতিকূলতাৰে ভৰি থাকিব পাৰে। কাম কৰাৰ উৎসাহ হ্ৰাস হ’ব। ব্যৱসায়িক স্থানত বিষয়া আৰু সহকৰ্মীসকলৰ আচৰণো নেতিবাচক হ’ব। ধন ব্যয় হোৱাৰ সম্ভাৱনা। বিৰোধীসকলৰ প্ৰতি সাৱধান হ’ব লাগিব

সিংহ ৰাশি: আজি ব্যৱসায়িক ক্ষেত্ৰত সফলতা লাভৰ সম্ভাৱনা আছে। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব। অৰ্থনৈতিক লাভৰ সম্ভাৱানা আছে। আপুনি বিৰোধীৰ বিৰুদ্ধে জয় লাভ কৰিব পাৰিব। অসুস্থ লোকসকলৰ স্বাস্থ্য উন্নত হ’ব।


কন্যা ৰাশি: বিবাহিত জীৱনত বিবাদ হ’ব পাৰে। সাংসাৰিক আৰু অন্যান্য বিষয়ৰ বাবে আপোনাৰ মন উদাসীন হৈ থাকিব। সামাজিক ক্ষেত্ৰত বিফলতা পাব পাৰে।

তুলা ৰাশি: আপোনাৰ কথা-বতৰাই আনক প্ৰভাৱিত কৰিব পাৰিব আৰু ফলত তেওঁলোকৰ সৈতে সম্পৰ্ক গভীৰ কৰিব। কঠোৰ পৰিশ্ৰম অনুসৰি সন্তোষজনক ফল নাপাব পাৰে। আপুনি যিকোনো কামত সাৱধানতাৰে আগবাঢ়িব।


বৃশ্চিক ৰাশি: প্ৰিয়জনৰ সৈতে সম্পৰ্কত সাৱধান হ’ব লাগিব। মাতৃৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে। ধন আৰু খ্যাতি হেৰুওৱা আশংকা আছে। আজি পাৰিবাৰিক পৰিৱেশ আনন্দদায়ক হ’ব।

ধনু ৰাশি: আজি নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল হ’ব। আপুনি প্ৰিয়জনৰ সৈতে সুখেৰে সময় অতিবাহিত কৰিব পাৰিব। বন্ধু তথা প্ৰিয়জনক লগ পাই মন সুখী হ’ব।

মকৰ ৰাশি: আজি আপোনাৰ বাবে এটা মিশ্ৰিত দিন হ’ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে বিভেদৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয় ব্যয় পাব পাৰে। আধ্যাত্মিকতাই জীৱনত স্থিৰতা আনিব।


কুম্ভ ৰাশি: আজিৰ দিনটো আৰ্থিক দিশৰ পৰা লাভদায়ক হ’ব। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব। আপুনি বন্ধু তথা পৰিয়ালৰ সৈতে সুখেৰে সময় অতিবাহিত কৰিব পাৰিব। আধ্যাত্মিকতাৰ সহায়ত আদৰ্শগত নেতিবাচকতা মনৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিব।

মীন ৰাশি: আজি দিনটো আপুনি সামাজিক কামত ব্যস্ত থাকিব। ধন ব্যয় হ’ব যদিও হঠাতে ধনলাভ হ’ব পাৰে। দূৰৈত বা বিদেশত থকা সন্তানৰ বিষয়ে ভাল খবৰ পাব পাৰে। আপুনি ভ্ৰমণ কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক