--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : বিভিন্ন বনৌষধিৰ দৰে অপৰাজিতা আমাৰ অসমত বিশেষকৈ মাংগলিক কাৰ্য অৰ্থাৎ পূজা পৰ্বত যথেষ্ট ব্যৱহাৰ হয় বুলিহে জ্ঞাত। কিন্তু অপৰাজিতাৰ যে বিশেষ গুণ আছে আৰু ঔষধি গুণেৰে সম্পন্ন, সেই বিষয়ে হয়তো বহুতে জ্ঞাত নহয়। অপৰাজিতা বহুত ধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ৷ সেইবোৰৰ ভিতৰত চাহ, চৰ্বত, জুইচ ইত্যাদি৷ এই নতুন চাহবিধ লাহে লাহে জনপ্ৰিয়তাৰ দিশলৈ গতি ধৰিছে৷ কিন্তু এই চাহকাপ গ্ৰহণ কৰাৰ আগতে ইয়াৰ বিষয়ে জানি লোৱাটো নিত্যান্তই প্ৰয়োজনীয়৷

অপৰাজিতা চাহ আৰু ইয়াৰ উপকাৰিতাসমূহ এনেধৰণৰ-অপৰাজিতা চাহ সেৱন কৰি মানুহে বহু ৰোগৰ পৰা আঁতৰি থাকিব পাৰে ৷ অপৰাজিতা চাহ সেৱন কৰিলে স্মৃতিশক্তি বৃদ্ধি, বল ক্ষয় আৰু ব্ৰেইন ট’নিক হিচাপে বহুত উপকাৰী। এই চাহ সেৱন কৰিলে মানসিক চাপ, আনন্দহীনতাৰ পৰা উপশম পায়। অপৰাজিতা চাহ খালে এন্টিঅক্সিজেন্ট আৰু প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

অপৰাজিতা চাহ সেৱন কৰিলে দৃষ্টিশক্তি বৃদ্ধি, উচ্চ ৰক্তচাপৰ পৰা উপশম পায়। অপৰাজিতা চাহ সেৱন কৰিলে অনিদ্ৰা, গাৰ বিষৰ লগতে চৰ্দি, কাহ, এজমা, মাত ভঙাৰ পৰা ও উপশম পায়৷ যিসকলৰ সুন্দৰ কন্ঠ, তেওঁলোকে অপৰাজিতা চাহ নিতৌ দুবাৰকৈ সেৱন কৰিব লাগে। *অপৰাজিতা চাহ সেৱন কৰিলে চুলিৰ বৃদ্ধি হয়, চুলিৰ উজ্জ্বলতা আৰু চুলি পকা আদি সমস্যাৰ পৰা উপশম পায়। অপৰাজিতা চাহ সেৱন কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধি হয় আৰু ক’লা দাগৰ পৰা উপশম পায়। অপৰাজিতা চাহ সেৱন কৰিলে উচ্চ ৰক্তচাপ, হৃদৰোগ, মধুমেহ আদি বেমাৰৰ পৰা নিৰাময় পাৱ পাৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তানৰ ৪খন অশান্ত প্ৰদেশক খণ্ড খণ্ড কৰাৰ পৰিকল্পনা আছিম মুনিৰৰ
গুৱাহাটী আৰু শিলচৰৰ পাছত এইবাৰ গোৱালপাৰাত গ্ৰেপ্তাৰ ১২ বাংলাদেশী নাগৰিক
মন্দিয়াত ই-ৰিক্সা হঠাৎ বাগৰি পৰি থিতাতে নিহত কণমানি ছাত্ৰী; কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত
২ লাখ ভাৰতীয়ই আমেৰিকাত হেৰুৱাব ভোটাধিকাৰ!
অসমৰ ভ্ৰাম্যমাণ নাট্যজগতলৈ দুঃখবৰ! কহিনুৰ থিয়েটাৰ বন্ধ কৰাৰ ইংগিত প্ৰযোজক তপন লহকৰৰ
আজি মহালয়া; শাৰদীয় দুৰ্গোৎসৱৰ আগমনিৰ বতৰা
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে