--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মাশ্বৰুম বহু প্ৰকাৰৰ পোৱা যায়। বহু ঠাইত মাশ্বৰুমক ‘কাঠফুলা’ বুলিও কয়। মাশ্বৰুম ঘৰতে বনাবলৈও সহজ যদিও বজাৰত পেকেটৰ ৰূপতো উপলব্ধ। আজিকালি মাশ্বৰুমৰ পৰা বিভিন্ন ধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰা হয়। 

মাশ্বৰুমত বহুতো গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ আৰু ভিটামিন পোৱা যায়। মাশ্বৰুমত ভিটামিন-ডি, ভিটামিন-বি, পটাছিয়াম, কপাৰ, আইৰণ আৰু চেলেনিয়াম পৰ্যাপ্ত পৰিমাণে পোৱা যায়। ইয়াৰ উপৰি কাঠফুলাত ক’লিন নামৰ এক বিশেষ পুষ্টিকৰ পদাৰ্থ থাকে, যিয়ে পেশীবোৰ শক্তিশালী কৰাৰ লগতে স্মৃতিশক্তিও প্ৰখৰ কৰে। সেয়েহে আজি আমি মাশ্বৰুমৰ উপকাৰিতাৰ বিষয়ে জানিম আহক।

১. মাশ্বৰুম বহু ৰোগত সকাহ পোৱা যায়। স্বাস্থ্য বিশেষজ্ঞসকলৰ অনুসৰি মাশ্বৰুমত পোৱা ভিটামিন-‘ডি’ থকাৰ বাবে ই আপোনাক কেন্সাৰৰ পৰা ৰক্ষা কৰাৰ লগতে হাড় মজবুত কৰে। কৰ্কট ৰোগত আক্ৰান্ত ব্যক্তিয়ে নিশ্চিতভাৱে কাঠফুলা সেৱন কৰিব পাৰে

২. কাঠফুলাৰ দ্বিতীয়টো ডাঙৰ উপকাৰ হ’ল ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। আনহাতে ই এটা প্ৰাকৃতিক এন্টিবায়টিক। প্ৰায় প্ৰতিটো ঋতুতে মাশ্বৰুম খাব পাৰে। ইয়াৰ উপৰি মাশ্বৰুমত পোৱা এণ্টিবায়টিকে শৰীৰৰ কোষ মেৰামতি কৰাত সহায় কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা