--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আপুনিও সেইসকল লোকৰ মাজৰ এজন নেকি যিসকলে গভীৰ টোপনীত কথা কয়, যদি হয় তেন্তে আপুনি সাৱধান হ’ব কাৰণ ই একপ্ৰকাৰৰ ৰোগ। এই ৰোগ কিয় আৰু কেনেকৈ হয়, এই সম্পৰ্কে জানো আহক।

স্মৰ্তব্য যে টোপনিত কথা কোৱা এই ৰোগক পেৰাছ’মনিয়া বোলা হয়। শুই থকাৰ সময়ত মন আৰু শৰীৰৰ মাজত ভাৰসাম্যহীন অৱস্থাত এনে হয়। ইয়াৰ ফলত এজন ব্যক্তিয়ে প্ৰায় ৩০ ছেকেণ্ডমান একেৰাহে কথা কয় আৰু তাৰ পাছত পুনৰ টোপনি যায়। 

টোপনিত এজন লোকে কিয় কথা কয়?
বিজ্ঞানৰ ভাষাত ইয়াক REM বোলে। আচৰণৰ বিকাৰ আৰু আতংকৰ দৰে দুবিধ টোপনিৰ বিকাৰৰ সৈতে ই সম্পৰ্কিত। তেনে লোকে টোপনিৰ সময়ত কথা কৰিবলৈ আৰম্ভ কৰে। একাংশ লোক এই ৰোগৰ ফলত হিংসাত্মক হ’ব পাৰে। যেনে-
১. কিছুমান বিশেষ ঔষধ ব্যৱহাৰৰ বাবে
২. ডিপ্ৰেছন ৰোগীৰ ক্ষেত্ৰত
৩. দিনটোৰ ভাগৰ আৰু মানসিক চাপৰ বলি হোৱা
৪. আৱেগিক-মানসিক চাপ থকা লোকৰ ক্ষেত্ৰত
৫. জ্বৰ হোৱা বা অসুস্থ হোৱা
৬. যেতিয়া মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে।

এই অৱস্থা কেনেকৈ নিয়ন্ত্ৰণ কৰিব?
যদি আপুনিও টোপনিতে কথা কয় তেন্তে প্ৰথমে কিছুমান কাম কৰা উচিত। প্ৰথমে মেডিটেছন কৰক। দ্বিতীয়তে, শুই উঠাৰ ২ ঘণ্টা আগতে নিশাৰ আহাৰ গ্ৰহণ কৰক আৰু মোবাইলৰ পৰা আঁতৰি থাকক। যদি আপুনি বেছি সময় টোপনি নাহে বা নিশা ভয় খাই থাকে, তেন্তে আপুনি চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে যিয়ে আপোনাক সঠিক চিকিৎসাৰ বিষয়ে ক’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক