--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৩ জানুৱাৰী। আজিৰ দিনটোতে পৃথিৱী খনে সূৰ্যৰ পৰা আটাইতকৈ কম দূৰত্বতত অৱস্থান কৰিলে।  ভাৰতীয় সময় মতে বুধবাৰে  পুৱা ৬:০৮ বজাত পৃথিৱী সূৰ্যৰ আটাইতকৈ ওচৰলৈ গুচি গৈছিল। কিন্ত কিয় এনে হ’ল?  যেতিয়া পৃথিৱী ইয়াৰ কক্ষপথত সূৰ্যৰ নিকটতম বিন্দুত উপনীত  হয় তেতিয়া ইয়াক বিজ্ঞানৰ ভাষাত পেৰিহেলিয়ন বুলি কোৱা হয়।

প্ৰতি বছৰে, পেৰিহেলিয়নৰ দিনটো সচৰাচৰ  জানুৱাৰী ২ ৰ পৰা ৪ তাৰিখৰ ভিতৰত পৰে। সূৰ্যৰ চাৰিওফালে ঘূৰোতে পৃথিৱীয়ে অৱলম্বন কৰা  কক্ষপথ এটা সম্পূৰ্ণ বৃত্ত নহয়। ইয়াৰ পৰিৱৰ্তে ইয়াক  এক উপবৃত্ত বুলি ক’ব পাৰি। । সেয়েহে পৃথিৱীৰ কক্ষপথৰ আকৃতিৰ বাবেই  প্ৰতি বছৰে পৃথিৱী খনে সূৰ্যৰ পৰা আটাইতকৈ নিকটতম বিন্দু  আৰু আটাইকৈ বেছি দূৰত্বৰ বিন্দুক অৱস্থান কৰে।

পৃথিৱীয়ে ইয়াৰ কক্ষপথত  প্ৰতি ছেকেণ্ডত প্ৰায় ১৯  মাইল (৩০.৩  কিলোমিটাৰ/ছেকেণ্ড) গতি কৰি আছে। 
 ২০২৪ চনত পৃথিৱীয়ে সূৰ্যৰ পৰা  নিকটতম বিন্দুত উপনীত হোৱাৰ দিনটো হৈছে  ৩ জানিৱাৰী।  সূৰ্যৰ পৰা পৃথিৱী-সূৰ্যৰ এই নিকটতম দূৰত্বক পেৰিহেলিয়ন বুলি কোৱা হয়।  গ্ৰীক মূলৰ শব্দ  পেৰিৰ অৰ্থ ওচৰত আৰু হেলিঅছ ৰ অৰ্থ সূৰ্য। জানুৱাৰীৰ আৰম্ভণিতে পেৰিহেলিয়ন হোৱাৰ দৰে  জুলাইৰ আৰম্ভণিতে পৃথিৱীৰ এফিলিয়ন (সূৰ্যৰ পৰা আটাইতকৈ দূৰৱৰ্তী বিন্দু)হয়।  

পৃথিৱীয়ে  প্ৰতি বছৰে জানুৱাৰীৰ আৰম্ভণিতে সূৰ্যৰ আটাইতকৈ ওচৰত থাকিলে  উত্তৰ গোলাৰ্ধত শীতকাল হয় আৰু জুলাইৰ আৰম্ভণিতে উত্তৰ গোলাৰ্ধত গ্ৰীষ্মকাল হয়। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক