--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সূৰ্যই ইয়াৰ ১১ বছৰৰ চক্ৰৰ মাজেৰে আগবাঢ়ি যোৱাৰ লগে লগে এক ভয়ংকৰ সৌৰ ধুমুহাৰ সৃষ্টি  হৈছে। বিশ্বই নতুন বছৰক আদৰণি জনোৱাৰ সময়তে সূৰ্যৰ সৌৰ ধুমুহাই পৃথিৱীতো প্ৰভাৱ পেলাব বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। সূৰ্যৰ পৰা নিৰ্গত হৈছে  এক্স ৫ শ্ৰেণীৰ সৌৰ শিখা। 

এই সৌৰ ধুমুহাই পৃথিৱীৰ  চুম্বকীয় ক্ষেত্ৰ খনত প্ৰভাৱ পেলাব। এনে ঘটনাৰ ফলত পৃথিৱীত  ভূ-চুম্বকীয় ধুমুহা হ'ব পাৰে, যাৰ ফলত পাৱাৰ গ্ৰিড, কৃত্ৰিম উপগ্ৰহৰ কাৰ্যকলাপ আৰু ৰেডিঅ' যোগাযোগ ব্যাহত হ'ব পাৰে।

ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু বায়ুমণ্ডলীয় সংস্থাই   জি ১-শ্ৰেণীৰ ভূ-চুম্বকীয় ধুমুহাৰ সতৰ্কবাণী  জাৰি কৰিছে। আমাৰ প্ৰযুক্তিগত আন্তঃগাঁথনিৰ ওপৰত সাম্ভাব্য প্ৰভাৱৰ বিষয়ে সময়মতে সতৰ্কবাণী প্ৰদান কৰাৰ বাবে নিৰন্তৰ নিৰীক্ষণ অপৰিহাৰ্য।
সেয়ে বিশেষজ্ঞসকলে সাম্ভাব্য সৰু-সুৰা ব্যাঘাতৰ বাবে প্ৰস্তুত হৈ থকাৰ আহ্বান জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক