--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজি নৱবৰ্ষ ৰ পহিলা দিন। এটা স্নিগ্ধ পুৱাৰ আবিৰেৰে যেন আৰম্ভ হৈছে আজিৰ দিনটো। নৱবৰ্ষৰ সেউজ উছাহত নামিছে এচমকা কোমল ৰ’দ। এনেদৰেই আৰম্ভণি এটা নতুন বছৰৰ। ২০২২ক নতুন আশা আৰু পোহৰেৰে স্বাগতম জনাইছে। সমগ্ৰ বিশ্বত মাজনিশাৰ ঠিক আগতে কাউণ্টডাউন আৰম্ভ হৈছিল নৱবৰ্ষক আদৰাৰ বাবে৷ কিন্তু বিশ্বৰ সকলো দেশে একে সময়তে নতুন বছৰক আদৰা নাই৷

গ্ৰেগৰিয়ান বৰ্ষপঞ্জীয়ে সমগ্ৰ বিশ্বতে বৈধতা লাভ কৰিছে। এই বৰ্ষপঞ্জি অনুযায়ী; বিশ্বৰ প্ৰায় সকলো দেশে প্ৰতিবছৰে ১ জানুৱাৰীত ৩৬৪/৩৬৫ দিনৰ ব্যৱধানত নৱবৰ্ষ উদযাপন কৰে।

কোনখন দেশে প্ৰথমে নৱবৰ্ষ উদযাপন কৰে?

ওচেনিয়া হৈছে বিশ্বৰ প্ৰথম ঠাই যিয়ে প্ৰথমে নতুন বছৰক স্বাগতম জনায়, লগতে প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰ টংগা, চামোৱা আৰু কিৰিবাটি হৈছে নৱবৰ্ষক স্বাগতম জনোৱা প্ৰথম দেশ। জিএমটি অনুসৰি পুৱা ওচেনিয়াত ১০ বজাত বা ৩১ডিচেম্বৰত ভাৰতীয় সময় মতে আবেলি ৩-৩০ বজাত উদযাপন কৰে৷

কোনখন দেশে বিগত বছৰ নৱবৰ্ষ উদযাপন কৰে?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওচৰৰ হাওলেণ্ড আৰু বেকাৰ দ্বীপপুঞ্জৰ জনবসতিহীন দ্বীপসমূহ ২০২২ চনৰ নৱবৰ্ষক স্বাগতম জনোৱাৰ অন্তিম ঠাই হ’ব। তেওঁলোকে নতুন বছৰত জিএমটিৰ ১২ বজাত বা ১ জানুৱাৰীত ভাৰতীয় সময় মতে সন্ধিয়া ৫:৩০ বজাত উদযাপন কৰিব৷

নিউজিলেণ্ড: জিএমটি, পুৱা ১০:১৫ বজাত ভাৰতীয় সময় অনুসৰি আবেলি ৩:৩০ বজাত
অষ্ট্ৰেলিয়া: জিএমটি, দুপৰীয়া ১ বজাত ভাৰতীয় সময়মতে সন্ধিয়া ৬:৩০ বজাত
জাপান, দক্ষিণ কোৰিয়া আৰু উত্তৰ কোৰিয়া: জিএমটি| আবেলি ৩ বজাত ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৮:৩০ বজাত
চীন, ফিলিপাইনছ আৰু ছিংগাপুৰ: জিএমটি আবেলি ৪ বজাত| ভাৰতীয় সময় অনুসৰি নিশা ৯:৩০ বজাত
বাংলাদেশঃ জিএমটি| সন্ধিয়া ৬ বজা ভাৰতীয় সময় মতে নিশা ১১:৩০ বজাত
নেপাল: জিএমটি | সন্ধিয়া ৬:১৫ বজাত ভাৰতীয় সময় মতে নিশা ১১:৪৫ বজাত
ভাৰত আৰু শ্ৰীলংকা: জিএমটি| সন্ধিয়া ৬:৩০ বজাত ভাৰতীয় সময় মতে পুৱা ১২:০০ বজাত
পাকিস্তান: জিএমটি| সন্ধিয়া ৭ বজা ভাৰতীয় সময়মতে পুৱা ১২:৩০ বজাত
জাৰ্মানী, ফ্ৰান্স, ইটালী, বেলজিয়াম আৰু স্পেইন: জিএমটি| নিশা ১১ বজাত ভাৰতীয় সময়মতে পুৱা ৪:৩০ বজাত
ইউকে, আয়াৰলেণ্ড, আইচলেণ্ড, পৰ্তুগাল: জিএমটি| পুৱা ১২ বজাত ভাৰতীয় সময়মতে পুৱা ৫:৩০বজাত

ব্ৰাজিল (কিছুমান অঞ্চল): জিএমটি| পুৱা ২ বজাত ভাৰতীয় সময়মতে পুৱা ৭:৩০ বজাত
আৰ্জেণ্টিনা, ব্ৰাজিল (কিছুমান অঞ্চল), চিলি আৰু পাৰাগুৱে: জিএমটি | পুৱা ৩ বজা ভাৰতীয় সময় মতে ৰাতিপুৱা ৮:৩০ বজাত
নিউয়ৰ্ক, ৱাশ্বিংটন, ডেট্ৰয়েট: জিএমটি| পুৱা ৫ বজা ভাৰতীয় সময় মতে পুৱা ১০:৩০ বজাত


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement