--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সেউজীয়া মটৰ বহু লোকৰে প্ৰিয়। ইয়াক যিকোনো ধৰণেই ব্যঞ্জনত ব্যৱহাৰ কৰা হয়। শীতকালত সেউজীয়া মটৰ সতেজকৈ পোৱা যায় যদিও বছৰৰ অন্য সময়ত মানুহে ফ্ৰ’জেন মটৰ ব্যৱহাৰ কৰে। ফ্ৰ’জেন মটৰ সতেজ মটৰৰ তুলনাত কম পুষ্টিকৰ আৰু অতিৰিক্তভাৱে বিভিন্ন ধৰণে স্বাস্থ্যৰ পক্ষে ক্ষতিও হ’ব পাৰে। সবিশেষ জানো আহক...

* ডায়েবেটিছঃ-মটৰ সতেজ কৰি ৰাখিবলৈ ইয়াত ষ্টাৰচ যোগ কৰা হয়। এই ষ্টাৰচে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাত সহায় কৰে। ফ্ৰ’জেন মটৰ খালে এই ষ্টাৰচ শৰীৰত গ্লুক’জলৈ ৰূপান্তৰিত হয়। গ্লুক’জ তেজৰ লগত মিহলি হৈ তেজত ছুগাৰৰ মাত্ৰা বৃদ্ধি কৰে। ইয়াৰ ফলত ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

* হৃদৰোগঃ-ফ্ৰ’জেন বা পেক কৰা মটৰত ট্ৰেন্স ফেট থাকে। ট্ৰেন্স ফেটে এল ডি এল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে আৰু এইচ ডি এল কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰিব পাৰে। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। 

* গুণগত মান হ্ৰাস পায়ঃ-সতেজ মটৰৰ তুলনাত ফ্ৰ’জেন মটৰত পুষ্টিকৰ উপাদান কম। কাৰণ ফ্ৰ’জেন মটৰ সংগ্ৰহ কৰাৰ পাছত সোনকালে ঠাণ্ডা কৰা হয় যাতে ইয়াত থকা পুষ্টিকৰ পদাৰ্থবোৰ নষ্ট নহয়। কিন্তু বহু সময় ফ্ৰীজত ৰাখিলে এই পুষ্টিকৰ উপাদানসমূহৰ কিছু পৰিমাণে হ’লেও ক্ষতি হ’ব পাৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা