--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত পুনৰ দেখা দিছে নিপা ভাইৰাছৰ সংক্ৰমণ৷ নিপা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে কেৰালা চৰকাৰে কোঝিকোডত বিদ্যালয়-মহাবিদ্যালয়সমূহৰ বন্ধৰ সময়সীমা ১৬ ছেপ্তেম্বৰ (শনিবাৰ)লৈ বৃদ্ধি কৰিছে। দুদিন পূৰ্বে ৰাজ্যত এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যু পঞ্জীয়ন কৰা হৈছিল।

নিপা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে কোঝিকোড জিলাৰ অংগনবাড়ী, মাদ্ৰাছা, টিউচন কেন্দ্ৰ, মহাবিদ্যালয়কে ধৰি সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰ আৰু শুকুৰবাৰ (১৪ আৰু ১৫ ছেপ্টেম্বৰ) বন্ধ ঘোষণা কৰা হৈছিল। কিন্তু বিশ্ববিদ্যালয় আৰু লোকসেৱা আয়োগৰ পৰীক্ষাৰ সময়সূচী অপৰিৱৰ্তিত হৈ আছে। শিক্ষানুষ্ঠানসমূহক অনলাইন ক্লাছৰ ব্যৱস্থা কৰিবলৈ চৰকাৰে আহ্বান জনাইছে৷ইফালে কেন্দ্ৰৰ এটা দল কোজিকোডত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে কয় যে এখন উচ্চ পৰ্যায়ৰ বৈঠক হৈছিল আৰু স্বাস্থ্য বিভাগৰ প্ৰধান সচিবে দিল্লীৰ পৰা অহা বিষয়াসকলৰ সৈতে এই বৈঠকত মিলিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা