--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰীড়া সাংবাদিক চাৰা কাৰ্ব’নেৰোৰ পৰা বিচ্ছিন্ন হোৱাৰ এবছৰৰ পাছতে এক বিশেষ ঘোষণা কৰে প্ৰবীণ ফুটবলাৰগৰাকীয়ে, যাৰ সৈতে তেওঁ পাঁচ বছৰ ধৰি বিবাহপাশত আবদ্ধ হৈছিল আৰু দম্পতীহালৰ একেলগে দুটা সন্তান জন্ম হৈছিল।

হয় , কিংবদন্তি স্পেইন আৰু ৰিয়েল মাদ্রিদৰ গ’লৰক্ষক ইকাৰ কেচিয়াছে দেওবাৰে ঘোষণা কৰে যে তেওঁ সমকামী আৰু তেওঁ “সন্মান” বিচাৰিছে। কেচিয়াছে টুইটাৰত লিখিছিল, "আশাকৰোঁ আপুনি মোক সন্মান কৰিব: মই সমকামী।" ক্ৰীড়া সাংবাদিক চাৰা কাৰ্ব’নেৰোৰ পৰা বিচ্ছিন্ন হোৱাৰ এবছৰৰ পাছতে এই ঘোষণা কৰে প্ৰবীণ ফুটবলাৰগৰাকীয়ে। ২০২১ চনৰ মাৰ্চ মাহত বিচ্ছেদ হোৱাৰ পূৰ্বে কেচিলাছে পাঁচ বছৰ ধৰি ক্ৰীড়া সাংবাদিক চাৰা কাৰ্বনেৰোৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।তেওঁলোকৰ একেলগে দুটা সন্তান আছে, দুয়োজনেই ল’ৰা।

Iker Casillas tweet(Twitter grab)


২০১০ চনৰ বিশ্বকাপ আৰু ২০০৮ আৰু ২০১২ চনত দুটা ইউৰো খিতাপ জয় কৰা স্পেইনৰ দলটোৰ অবিচ্ছেদ্য অংশ আছিল কেছিয়াছ।

ৰিয়েল মাদ্রিদৰ বাবে মূল ভেটি হিচাপে তেওঁ অৱশেষত প্ৰদৰ্শন হ্ৰাস পোৱাৰ পিছত এফ চি পৰ্টোলৈ গুচি যায়, আৰু প্ৰশিক্ষণত হৃদযন্ত্ৰ বন্ধ হৈ ২০২০ চনত অৱসৰ গ্ৰহণ কৰে।

আজি বিয়লি প্ৰকাশিত এক টুইটত কিংবদন্তি গ’লৰক্ষকগৰাকীয়ে কয় যে, "আশাকৰোঁ আপুনি মোক সন্মান কৰিব। মই সমকামী।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু