--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক: এতিয়া ক্ৰিকেট বিশ্বকাপৰ বতৰ। ইতিমধ্যে অষ্ট্ৰেলিয়াত গৈ উপস্থিত হৈছেগৈ টিম ইণ্ডিয়া।  মেলবৰ্ণ ক্ৰিকেট ষ্টেডিয়ামত বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন খেল খেলিব ভাৰতে। সমুখত থাকিব চিৰবৈৰী পাকিস্তান। ২৩ অক্টোবৰলৈ অতি উৎকণ্ঠাৰে বাট চাইছে ভাৰতীয় ক্ৰিকেটপ্ৰেমীয়ে।

ষ্টাৰ অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়া ভাৰতীয় ক্ৰিকেট বিশ্বকাপৰ দলটোৰ অন্যতম এজন শক্তিশালী সদস্য। ইতিমধ্যে হাৰ্ডিকো গৈ উপস্থিত হৈছে অষ্ট্ৰেলিয়াত। পিছে ইয়াৰ মাজতে হার্ডিকে পত্নী নাটাছা ষ্টেনকভিচক মনত পেলাবলৈ আৰম্ভ কৰিছে। পত্নীলৈ বাৰে বাৰে মনত পৰিছে হাৰ্ডিকৰ।

ইনষ্টাগ্ৰাম ষ্ট’ৰীত পত্নীৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিলে হাৰ্ডিকে। কেপচনত লিখিলে ‘miss you’। কেৱল সেয়াই নহয়, তাৰলগতে হাৰ্টৰ এটা ইমজিও দিলে ক্ৰিকেটাৰগৰাকীয়ে। এই বিশেষ ষ্ট’ৰীটোৱে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে নেটিজেনৰ। ষ্ট’ৰীটোৱে ইণ্টাৰনেটত লাভ কৰিছে ব্যাপক চৰ্চা।

এই ফটোখন হাৰ্ডিকৰ পত্নী নাতাশাইও ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। এই ফটোখনৰ সৈতে তেওঁ কেপচনত লিখিছে, ‘ডাঙৰ বস্তু এটা নোহোৱা হৈছে’। নাতাছাই ইয়াৰ লগতে আৰু দুখন ফটো শ্বেয়াৰ কৰিছে য’ত  তেওঁলোকৰ পুত্ৰ আগষ্ট্যক হাৰ্ডিকে সাৱটি ধৰা দেখা গৈছে। হাৰ্ডিকৰ ককায়েক কৃণাল  আৰু বায়েক পাংখুৰী শৰ্মাইও নতাশাৰ ফটো সন্দৰ্ভত মন্তব্য কৰা দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক