--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোগাসনৰ জড়িয়তে নিজৰ লগতে আন দহ জনক সুস্থ ৰাখিবলৈ সক্ষম হোৱা ফ্ৰান্সৰ ১০১ বছৰীয়া যোগ প্ৰশিক্ষক চাৰ্লট চোপিনে  শেহতীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা গ্ৰহণ কৰিছে পদ্মশ্ৰী। শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ হাতৰ পৰা পদ্মশ্ৰী গ্ৰহণ কৰে চোপিনে । ফ্ৰান্সৰ ১০১ বছৰীয়া  চোপিন চাৰি দশকধৰি যোগ প্ৰশিক্ষক  হিচাবে কাম কৰি আহিছে। Charlotte Chopin received the Padma Shri by President Draupadi Murmu. (Photo: PIB)
 

১০১ বছৰ বয়সতে চোপিন এতিয়া সুস্থ আৰু চলা-ফুৰা কৰিব পৰা হৈ আছে। প্ৰখ্যাত যোগ প্ৰশিক্ষকগৰাকীয়ে  ১৯৮২ চনত ফ্ৰান্সত যোগ শিকোৱা আৰম্ভ কৰিছিল। তেওঁৰ প্ৰচেষ্টাতে ফ্ৰান্সত যোগাসন জনপ্ৰিয় হৈ পৰিছিল।  প্ৰধানমন্ত্ৰী মোদীয়ে যোগাসনক বিদেশত জনপ্ৰিয় কৰি তোলাৰ বাবে  চোপিনক   প্ৰশংসা কৰিছে।  উল্লেখ্য শনিবাৰে অসমৰ হস্তী কন্যা তথা ভাৰতৰ প্ৰথমগৰাকী মহিলা মাউত পাৰ্বতী বৰুৱাকো ৰাষ্ট্ৰপতিয়ে পদ্মশ্ৰী সন্মান প্ৰদান কৰে।  




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ