--°C
Loading...
Listen to Article
2 min read
80%

১৮ কাতি, বৃহস্পতিবাৰ, ইং ৫ নবেম্বৰ

মেষ ৰাশি : মেষ ৰাশিৰ জাতক–জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটোত প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সৰু যাত্ৰা হʼব পাৰে ৷ দিনটো আনন্দময় হʼব ৷

বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটো প্ৰায় শুভ ৷ খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ কৰক ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক ৷

মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটো শুভ ৷ ভাগ্য ভাল ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷

কৰ্কট ৰাশি : কৰ্কট ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটো কিছু খেলিমেলি সৃষ্টি হʼব পাৰে ৷ এলাহ ভাব পৰিহাৰ কৰক ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷

সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক – জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটোত পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ আয় বৃদ্ধি ৷

কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটো প্ৰায় শুভ ৷ লক্ষ্যত প্ৰায় সফল ৷ নতুন কৰ্ম আৰম্ভ কৰিব পাৰে ৷ প্ৰশংসা লাভ ৷ কর্মত ব্যস্ততা বৃদ্ধি ৷ প্ৰেমত শুভ ৷

তুলা ৰাশি : তুলা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটো শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ ৷

বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটো শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ ৷

ধনু ৰাশি : ধনু ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটো শুভ ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷

মকৰ ৰাশি : মকৰ ৰাশি জাতক – জাতিকাসকলৰ আজিৰ দিনটোত ভাল বন্ধু লাভ ৷ প্ৰেমত শুভ ৷

কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক – জাতিকাসকলৰ আজি দিনটো মধ্যমীয়া ৷ কৰ্ম-ব্যৱসায়ত সতৰ্ক থাকক ৷ লক্ষ্যত সফল ৷

মীন ৰাশি :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটো শুভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ