--°C
Loading...
Listen to Article
2 min read
80%

৩ পুহ, ৰবিবাৰ, ইং ১৯ ডিচেম্বৰ

১. মেষ ৰাশিঃ মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত যশস্যা বাঢ়িব, সম্পত্তি বাঢ়িব, লগতে আজি আপোনাৰ শত্ৰু জয় হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশিঃ বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতি হোৱাৰ সুযোগ লাভ কৰিব। বিদ্যাৰ্থীসকলৰ শুভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে ভ্ৰমণত সামান্য কষ্ট হোৱাৰ যোগ দেখা যায় ।

৩. মিথুন ৰাশিঃ মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আপোনাৰ কৰ্মতক্ষেত্ৰত প্ৰভুত্ব বাঢ়িব, মানসিক দিশটো উন্নতি হ'ব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।

৪. কৰ্কট ৰাশিঃ কৰ্কত ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, ঘৰুৱা সুখ-শান্তি বাঢ়িব লগতে আজি আপোনাৰ মনৰ আশা পূৰণ হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিঃ সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত খেলুৱৈসকলৰ শুভ হ'ব। কৰ্মব্যস্ততা বাঢ়িব যদিও আজি আপুনি কৰ্মত সজাগ হোৱাটো ভাল হ'ব।

৬. কন্যা ৰাশিঃ কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, সৌভাগ্য উদয় হ'ব যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশিঃ তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হ'ব, কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশিঃ বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, আয় উপাৰ্জন বাঢ়িব, লগতে আজি আপোনাৰ সামাজিক সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।

৯. ধনু ৰাশিঃ ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আপোন মানুহৰ সান্নিধ্য লাভ হ'ব, লগতে আজি আপোনাৰ আনক সহায় সহযোগিতা কৰাৰ মনোভাৱ বাঢ়িব।

১০. মকৰ ৰাশিঃ মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক সন্মান বাঢ়িব। বিবাদ নিস্পত্তি হোৱাৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশিঃ কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু-বান্ধৱ বাঢ়িব, ব্যৱসায় বাণিজ্যত উন্নতি হ'ব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য বিৰোধিতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশিঃ মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত উত্তম বস্ত্ৰ লাভ হ'ব, কৰ্মত ক্ষেত্রত উন্নতি হ'ব,লগতে আজি আপোনাৰ আৰ্থিক দিশত শুভ হোৱাৰ যোগ দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা