--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বৰদিনলৈ কেনেকৈ সাজু হৈছে আপুনি? ছান্তাক্ল’জৰ উপহাৰৰ টোপোলাৰ পৰা আৰম্ভ কৰি ৰঙীন লাইট, খ্ৰীষ্টমাছ ট্ৰী, নতুন কাপোৰ আৰু কত যে কি? এক উছৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে চাৰিওফালে৷ গুৱাহাটী মহানগৰীতো খ্ৰীষ্টমাছে উপলক্ষে সজাই তোলা হৈছে গীৰ্জাঘৰসমূহ৷ শ্বপিং মল, দোকান-পোহাৰসমূহো পাছপৰি ৰোৱা নাই এইক্ষেত্ৰত৷

দেশৰ অৰ্থনীতিৰ দ্ৰুতঅৱনতিৰ সময়তে তথা সা-সামগ্ৰীৰ অভাৱনীয় দামবৃদ্ধিত সাৱধানতা অৱলম্বন কৰাতো অতিকে প্ৰয়োজনীয় হৈ পৰিছে৷ উৎসৱ-পাৰ্বনৰ নামত কৰা অত্যধিক খৰচৰ মাত্ৰাই বিপদত পেলাব পাৰে আপোনাক৷ এই সময়ছোৱাত বিভিন্ন প্ৰসাধন সামগ্ৰী, কাপোৰৰ বেণ্ডকে ধৰি বহু সা-সামগ্ৰীত আকৰ্ষণীয় অফাৰ ঘোষণা কৰিছে কোম্পানীসমূহে৷ দৈনিক বৃদ্ধি হোৱা সা-সামগ্ৰীৰ মূল্যৰ প্ৰতি সজাগ হৈ এই অফাৰত সহজে ভোল নাযাব৷ নহ’লে খৰচ বচাবলৈ গৈ বিপদতহে পৰিব পাৰে আপুনি৷

ইতিমধ্যে অনলাইন শ্বপিং এপ্ বিশেষকৈ ফ্লিপকাৰ্ট, মিন্ট্ৰা, এমাজন আদিয়ে ৮০ শতাংশলৈকে অফাৰ ঘোষণা কৰিছে৷ খাদ্যপ্ৰেমীসকলকো আকৰ্ষণ কৰিবলৈ আকৰ্ষণীয় খাদ্যসম্ভাৰেৰে আপ্যায়িত কৰিবলৈ সাজু হৈছে বিভিন্ন কেফে, ৰেস্তোঁৰা৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?