--°C
Loading...
Listen to Article
2 min read
80%

১ আঘোন, বৃহস্পতিবাৰ, ইং ১৮ নৱেম্বৰ, ২০২১
মেষ ৰাশি - মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব৷ আপুনি কৰ্মক্ষেত্ৰ সজাগ নহলে সামান্য অন্য ব্যক্তিৰ দ্বাৰা ক্ষতি হোৱাৰ যোগ দেখা যায়।

বৃষ ৰাশি - বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধন আগমন হ'ব৷ নতুন বস্ত্ৰ লাভ কৰিব পাৰে৷ সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ।

মিথুন ৰাশি - মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব৷ সজাগ নহলে আপুনি পাৱ লগীয়া বস্তু হানি হোৱাৰ যোগ দেখা যায়।

কৰ্কট ৰাশি - কৰ্কট ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত জনপ্ৰিয়তা বাঢ়িব৷ বন্ধু লাভ হব৷

সিংহ ৰাশিৰ - সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব৷ ভ্ৰমণৰ সুযোগ লাভ হব৷

কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগৰ সুযোগ লাভ হব৷ সজাগ নহলে কৰ্মত সামান্য জতিলতা আহিব পাৰে।

তুলা ৰাশি - তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব৷ সন্তানৰ সুখ বাঢ়িব, যদিও আজি আপুনি শৰীৰৰ প্ৰতি সজাগ হোৱাটো ভাল হব।

বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব৷ পাৰিবাৰিক সুখ বাঢ়িব৷ সজাগ নহলে সামান্য মনৰ আশা ভংগ হোৱাৰ যোগ।

ধনু ৰাশি - ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফল হব৷ ভ্ৰমণৰ সুযোগ লাভ হব৷ প্ৰেম আৰু কৰ্মত শুভ।

মকৰ ৰাশি - মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সম্পত্তি বাঢ়িব৷ কৰ্মত শুভ হব, যদিও মনত সামান্য অহংকাৰী মনোভাৱ বৃদ্ধি পোৱাৰ যোগ।

কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত কৰ্মত সফল হ'ব৷ কৰ্মক্ষেত্ৰ উন্নতি হ'ব৷ লগতে ভ্ৰমণৰ সুযোগ লাভ।

মীন ৰাশি - মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শিল্পীসকলৰ শুভ হ'ব৷ শুভ সংবাদ লাভ কৰিব পাৰে যদিও আজি আপুনি সজাগ নহলে দেহ মনত সামান্য আঘাত পাব পাৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তানৰ ৪খন অশান্ত প্ৰদেশক খণ্ড খণ্ড কৰাৰ পৰিকল্পনা আছিম মুনিৰৰ
গুৱাহাটী আৰু শিলচৰৰ পাছত এইবাৰ গোৱালপাৰাত গ্ৰেপ্তাৰ ১২ বাংলাদেশী নাগৰিক
মন্দিয়াত ই-ৰিক্সা হঠাৎ বাগৰি পৰি থিতাতে নিহত কণমানি ছাত্ৰী; কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত
২ লাখ ভাৰতীয়ই আমেৰিকাত হেৰুৱাব ভোটাধিকাৰ!
অসমৰ ভ্ৰাম্যমাণ নাট্যজগতলৈ দুঃখবৰ! কহিনুৰ থিয়েটাৰ বন্ধ কৰাৰ ইংগিত প্ৰযোজক তপন লহকৰৰ
আজি মহালয়া; শাৰদীয় দুৰ্গোৎসৱৰ আগমনিৰ বতৰা
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে