--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতীয় মহিলা দলটোৱে অহা ডিচেম্বৰ মাহত দক্ষিণ আফ্রিকা ভ্রমণ কৰি এখন টেষ্ট, তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচত অংশগ্রহণ কৰিব।

ডিজিটেল ডেস্ক: দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে আসন্ন টেষ্ট আৰু এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে অসম কন্যা জিণ্টিমণি কলিতাই। সোঁহতীয়া মিডিয়াম পেচবলাৰ আৰু বাওঁহতীয়া বেটাৰ জিণ্টিমণিৰ ছিনিয়ৰ জাতীয় দললৈ এই নির্বাচন স্বাভাৱিকতে তেওঁৰ ক্রিকেট কেৰিয়াৰৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি আৰু অসম ক্রিকেটৰ বাবে এক গৌৰৱৰ মুহূর্ত হিচাপে বিবেচিত হৈছে। 


ভাৰতীয় মহিলা দলটোৱে অহা ডিচেম্বৰ মাহত দক্ষিণ আফ্রিকা ভ্রমণ কৰি এখন টেষ্ট, তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচত অংশগ্রহণ কৰিব। এই আপাহতে অসম ক্রিকেট সন্ধাই জিণ্টিমণিক আন্তৰিক অভিনন্দন জনাইছে। 


এ চি এই আশা প্রকাশ কৰে যে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট যাত্রাত এই গুৰুত্বপূর্ণ পদক্ষেপ আগুৱাই নিয়াৰ লগতে জিণ্টিমণিয়ে অবিৰত সফলতাও অব্যাহত ৰাখিব। তেওঁৰ এনে কৃতিত্ব সমগ্ৰ অসমৰ উচ্চাকাংক্ষী ক্রিকেটাৰৰ বাবে প্রেৰণাৰ উৎস হৈ ৰ'ব। এই বাতৰি দিছে অসম ক্রিকেট সস্থাৰ সম্পাদক সনাতন দাসে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট; ভাৰতীয় দলত অসম কন্যা জিণ্টিমণি কলিতা
টকাৰ বাবে অমানুষিক কাণ্ড! ৪২ লাখ টকাৰ বাবেই ককায়েক-বৌয়েকে নৃশংসভাৱে হ*ত্যা কৰিলে নিজ ভগ্নীক
ছত্তিশগড়ত চলন্ত গাড়ী নদীত পৰাত পতি-পত্নীসহ দুই সন্তানৰ মৃত্যু
হোজাইত বেজালি কৰাৰ নামত মহিলাৰ পৰা লুটিলে সোণ, ৰূপৰ গহনাৰ সৈতে নগদ ধন
খুচুৰা মুদ্ৰাৰ চমক! ৫ বছৰৰ সঞ্চয়েৰে স্কুটি ক্ৰয় চাবুৱাৰ সন্তোষ কুমাৰ শ্বাহৰ
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা: দিল্লীত দীপাৱলীত ‘সেউজ ফটকা’হে ফুটুৱাব পাৰিব
আৰক্ষীৰ এনকাউণ্টাৰত নিহত ঘাতক ঘনকান্ত গগৈ
ইউৰোপত এবছৰত ২২ হাজাৰটা প্ৰতিবাদী কাৰ্যসূচী, চৰকাৰ-বিৰোধী বিক্ষোভ-সমদলত উত্তাল
কাজিৰঙাত আজিৰে পৰা আৰম্ভ জীপ চাফাৰী
কলিয়াবৰত বান্দৰৰ আক্ৰমণত ছাত্ৰ-ছাত্ৰী আহত
নিশা সূৰ্যৰ পোহৰ বিলাব মার্কিন ষ্টার্ট আপে!
হজম শক্তি বৃদ্ধিৰ পৰা শৰীৰ শীতল ৰখালৈ-জলজীৰাৰ স্বাস্থ্যসন্মত লাভালাভ