--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে ৰাস্তাৰ কুকুৰৰ বিষয়ে এটা গুৰুত্বপূৰ্ণ ৰায় দিয়ে। আদালতে কয় যে অঘৰী কুকুৰ আৰু অন্যান্য মালিকহীন জীৱ-জন্তুৰ “প্ৰাথমিক দায়বদ্ধতা” ৰাষ্ট্ৰৰ হাতত আছে। সেয়ে ৰাস্তাৰ কুকুৰে কামুৰিলে ক্ষতিপূৰ্ণ দিয়া হ’ব৷

ইয়াৰ বাহিৰেও আদালতে কয় যে কামোৰা ঘা হ’লে প্ৰতিটো দাঁতৰ দাগত ১০ হাজাৰ টকা আৰু ০.২ চে.মি.ৰ ঘাঁৰ বাবে নূন্যতম ২০ হাজাৰ টকা ক্ষতিপূৰণ দিব লাগে। শেহতীয়াকৈ এই সন্দৰ্ভত ১৯৩ খন আৱেদন দাখিল কৰা হৈছে।

পোহনীয়া কুকুৰেই হওক, বা ৰাজপথৰ মালিকহীন কুকুৰেই হওক, বিপথগামী কুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আঘাত পোৱাৰ ক্ষেত্ৰ নতুন নহয়। মৃত্যুৰো সংঘটিত হৈছে। মানৱ অধিকাৰ সংগঠনসমূহে দেশৰ বিভিন্ন আদালতত শেহতীয়াকৈ এই বিষয়ক এক আবেদন জনায়। ইয়াৰ বাহিৰেও বহুতে ছচিয়েল মিডিয়াত এই বিষয়ে আলোচনা কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক