--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে পুৱা সাত বজাত পৰ্তুগালৰ সৰু পাহাৰীয়া চহৰখনৰ বাসিন্দাসকলে দুৱাৰ খুলিয়েই চকু থৰ হৈ পৰিল! ৰাস্তা ক'ত? ৰাস্তাৰে কেৱল ৰঙা মদ বৈ আছে। ছ’চিয়েল মিডিয়া এক্স (পূৰ্বৰ টুইটাৰ)ত এই ছবি দেখি মানুহে স্তম্ভিত হৈ পৰিল।

জনা যায় যে পৰ্তুগালৰ উপকূলৰ এখন সৰু গ্ৰাম্য চহৰ লেভিৰাৰ এখন ৱাইনাৰীৰ টেংকত ২২ লাখ লিটাৰ ৰেড ৱাইন জমা হৈছিল। কেনেবাকৈ সেই টেংকটো শনিবাৰে নিশা ফাটি গ’ল। ইয়াৰ পিছত ২২ লাখ লিটাৰ ৰেড ৱাইন ৰাস্তাৰে বৈ যায়। কিছুমান মানুহে ৰাস্তাৰ পৰাই ৰেড ৱাইন আনি খাবলৈ ধৰে।

আমেৰিকাৰ বাতৰি কাকত নিউয়ৰ্ক পোষ্টৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে ৰাস্তাত যিমান পৰিমাণৰ মদ বৈ গৈছে, তাৰে অলিম্পিকৰ এটা চুইমিং পুল ভৰ্তি হৈ যাব। এই ঘটনাৰ বাবে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছে লেভিৰা ডিষ্টিলেৰীয়ে। মদৰ সোঁতটো যাতে কাষৰ চেৰটিমা নদীৰ লগত মিহলি নহয় তাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। লেভিৰা ডিষ্টিলেৰীয়ে কয় যে তেওঁলোকেও যিকোনো ক্ষতিৰ ক্ষতিপূৰণ দিবলৈ ইচ্ছুক।





FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা