--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি বুধবাৰ। আজি গ্ৰহৰ ৰাজকুমাৰ বুধ আৰু প্ৰথম উপাসক গণেশৰ নামত উচৰ্গা কৰা হৈছে। বুধবাৰে গণেশক পূজা কৰি আশীৰ্বাদ লাভ কৰে। তেওঁলোকৰ সুখ, সৌভাগ্য, ধন-সম্পত্তি আদি বাঢ়ি যায়। যদি কোনো ব্যক্তিৰ ৰাশিফলত বুধ গ্ৰহ দুৰ্বল হয়, তেন্তে গণেশজীক পূজা কৰিও বুধ গ্ৰহ শক্তিশালী কৰাৰ লগতে ব্যৱসায়ত অগ্ৰগতি লাভ কৰে আৰু তেওঁৰ ব্যক্তিত্ব আকৰ্ষণীয় হৈ পৰে।

 বুধবাৰে কৰক এই ব্যৱস্থাসমূহ-

* যদি আপুনি ব্যৱসায়ত অগ্ৰগতি লাভ কৰা নাই, তেন্তে বুধবাৰে এটা পাত্ৰত বগা সুগন্ধি ফুলৰ গছ ৰোপণ কৰি অফিচৰ পূব দিশত ৰাখক। এই প্ৰতিকাৰে আপোনাৰ ব্যৱসায়ত লাভ হোৱাৰ উপৰি বহু দূৰদূৰণিলৈ খ্যাতি বিয়পিবলৈ ধৰে।

* যদি আপোনাৰ ঘৰত সদায় আৰ্থিক সকটে দেখা দিয়ে, তেন্তে ইয়াৰ বাবে বুধবাৰে ৰূপালী আঙঠি এটা বনাই সোঁহাতৰ আঙুলিত পিন্ধিব। এনে কৰিলে অধিক ব্যয় বন্ধ হোৱাৰ বিপৰীত আয় বৃদ্ধি হ’ব।

* যদি আপুনি কোনো মানসিক সমস্যাৰে যুঁজি আছে ​​আৰু কোনো সমাধান সূত্ৰ পোৱা নাই। তেন্তে ইয়াৰ পৰা হাত সাৰিবলৈ বুধবাৰে আপুনি শোৱা কোঠাটোত মাটিৰ চাকিত ২টা কৰ্পূৰ জ্বলাই গোটেই কোঠাটোত তাৰ তাপ দিয়ক আৰু কোঠাৰ এটা চুকত ৰাখিলে মানসিক লাহে লাহে হ্ৰাস পাব।

* যদি আপুনি বিচাৰে যে আপোনাৰ ঘৰত স্থায়ী সুখ আৰু সমৃদ্ধি অটুট থাকিব লাগে, তেন্তে ঘৰত শংখ স্থাপন কৰি প্ৰতিদিনে পূজাৰ সময়ত ব্যৱহাৰ কৰক। এনে কৰিলে আপোনাৰ সুখ আৰু সমৃদ্ধি সদায় অটুট থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী