--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২২ চনটো শেষ হ’বলৈ মাথোঁ ২মাহ বাকী আছে আৰু আকৌ এবাৰ বুলগেৰিয়াৰ নবী বাবা ভাংগাৰ ভৱিষ্যদ্বাণীৰ আলোচনা তীব্ৰতৰ হৈ পৰিছে। ভাৰতৰ ২০২২ বৰ্ষৰ বাবে এটা ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাংগাই, যিটো অহা ২ মাহত সঁচা হ’ব পাৰে। বাবা ভেঙাৰ ভৱিষ্যদ্বাণীক সন্দৰ্ভত জনসাধাৰণৰ মাজত এক ভয়ৰ পৰিৱেশৰ সৃষ্টি হৈছে।

বাবা ভাংগাই ২০২২ চনত ভাৰতত ফৰিঙৰ আক্ৰমণ আৰু অনাহাৰৰ ভৱিষ্যদ্বাণী কৰিছিল। বাবা ভাংগাৰ মতে, ২০২২ চনত সমগ্ৰ বিশ্বতে তাপমাত্ৰা হ্ৰাস পোৱাৰ পাছত ফৰিঙৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাব। ফৰিঙৰ জাকে ভাৰতত আক্ৰমণ কৰি শস্যবোৰ ধ্বংস কৰিব। ইয়াৰ ফলত ভাৰতত দুৰ্ভিক্ষৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে আৰু তীব্ৰ অনাহাৰৰ সম্ভাৱনা থাকিব পাৰে। কিন্তু আচৰিত কথাটো এই যে ২০২২ চন শেষ হ'বলৈ মাত্ৰ ২ মাহহে বাকী আছে।

এক প্ৰতিবেদন অনুসৰি  ২০২২ চনৰ বাবে বাবা ভেংগাই ৬টা ভৱিষ্যদ্বাণী কৰিছিল। তেওঁ অষ্ট্ৰেলিয়াৰ বাহিৰেও এছিয়াৰ কিছুমান দেশত বানপানী, কিছুমান দেশত পানীৰ নাটনি, এলিয়েনৰ আক্ৰমণ, ফৰিঙৰ আক্ৰমণ, ভাৰ্চুৱেল ৰিয়েলিটি বৃদ্ধিৰ ভৱিষ্যদ্বাণী কৰিছিল। ইয়াৰ বাহিৰেও বাবা ভাংগাই চাইবেৰিয়াৰ পৰা নতুন ভাইৰাছ আহিব বুলি ভৱিষ্যদ্বাণী কৰিছিল, যিটো কৰ’না ভাইৰাছতকৈও অধিক মাৰাত্মক হ’ব পাৰে।

২০২২ চন সন্দৰ্ভত বাবা ভাঙাই কৰা ৬ টা ভৱিষ্যদ্বাণীৰ ভিতৰত ২ টা সঁচা প্ৰমাণিত হৈছে। অষ্ট্ৰেলিয়াৰ বাহিৰেও তেওঁ এছিয়াৰ কিছুমান দেশত বানপানীৰ ভৱিষ্যদ্বাণী কৰিছিল, যিটো সত্য বুলি প্ৰমাণিত হৈছে। শেহতীয়াকৈ অষ্ট্ৰেলিয়াত বানপানীৰ সৃষ্টি হৈছে, আনহাতে পাকিস্তানৰ বানপানীৰ পৰিস্থিতিও অতি বেয়া আছিল আৰু হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। ইয়াৰ বাহিৰেও বাবা ভাংগাই কিছুমান দেশত পানীৰ নাটনি হ’ব বুলিও ভৱিষ্যদ্বাণী কৰিছিল, সেয়া বাস্তৱত পৰিণত হৈছে। পৰ্তুগাল আৰু ইটালীৰ বহু চহৰত চলিত বৰ্ষত খৰাং পৰিস্থিতিৰ সন্মুখীন হৈছে আৰু পানীৰ নাটনিৰ সন্মুখীন হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক