--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান বলীউডৰ অন্যতম চৰ্চিত দম্পতী ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট। বয়সৰ ব্যৱধান থকাৰ পিছতো দুয়োৰে মনৰ সাদৃশ্য দেখা যায়। কিন্তু আলিয়াৰ এটা বেয়া অভ্যাস আছে যিটো ৰণবীৰৰ পছন্দৰ নহয়। শেহতীয়াকৈ ৰণবীৰে তেওঁৰ ছবি ‘তু ঝুঠি মাই মক্কাৰ’ৰ প্ৰচাৰৰ সময়ত পত্নীৰ এই বেয়া অভ্যাসৰ বিষয়ে কয়।

ৰণবীৰে ঘৰৰ বস্তুবোৰ সঠিক ঠাইত থকাটো ভাল পায়, নহ’লে অভিনেতাজনৰ বহুত অসুবিধা হয়। এই ৰোগক Obsessive Compulsive Disorder বা OCD বুলি কোৱা হয়। কিন্তু আলিয়া এইক্ষেত্ৰত উলোটা।

ৰণবীৰৰ ভাষাত "আলিয়াৰ বাথৰুমৰ অভ্যাস একেবাৰে ভাল নহয়। বাথৰুমৰ পৰা আলিয়া ওলাই আহোঁতে দেখা যায় এফালে টাৱেলবোৰ কাপোৰৰ ওপৰতে মেলি থোৱা থাকে। মোৰ সেইটো একেবাৰে ভাল নালাগে।’’ কিন্তু অভিনেতাজনে লাহে লাহে পত্নীৰ এই অভ্যাসৰ লগত খাপ খাই পৰিছে।

কিছুদিন আগতে ৰণবীৰে কৈছিল, "আলিয়া এগৰাকী ভাল পত্নী, কিন্তু তাতোকৈ ভাল মাতৃ।" কিন্তু অভিনেতাজনে নিবিচাৰে ৰাহা মাকৰ দৰে বিশৃংখল হোৱাটো।

ৰণবীৰৰ স্পষ্ট উত্তৰ- “আলিয়াৰ ব্যক্তিত্ব যিমান শক্তিশালী সিমানেই চঞ্চল। ঘৰত তেনেকুৱা আন এজনী ছোৱালী চম্ভালিবলৈ মোৰ বাবে বৰ টান হ’ব। বৰঞ্চ মোৰ দৰে হওঁক, শান্ত!”

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ