--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ অভিনেত্ৰী পৰীমণিকলৈ কালিৰে পৰা বাংলাদেশৰ লগতে ভাৰততো চৰ্চা চলি আছে৷ অভিনেত্ৰীগৰাকী বাংলাদেশত যিমান জনপ্ৰিয় ঠিক সমানেই ভাৰতৰো বহু কেইখন ৰাজ্যত জনপ্ৰিয়৷  "ছেক্স বোম  " হিচাবে জনাজাত অভিনেত্ৰী পৰীমণিয়ে বছৰটোৰ শেষৰ দিনটোত  তেওঁৰ স্বামী শ্বৰীফুল ৰাজৰ সৈতে  পৃথক হোৱাৰ কথা ঘোষণা কৰিছিল।

এনে ঘোষণাৰ পিছতে পৰীমণিৰ  বিচনাত তেজৰ দাগ  পোৱাৰ কথাই নানান ৰহস্যৰ সৃষ্টি কৰিছে৷ সুস্থ অৱস্থাতে থকা অভিনেত্ৰীগৰাকীৰ বিচনাত ক’ৰ পৰা তেজ আহিল সেই বিষয়ত পৰীমণিয়ে একো কথাই প্ৰকাশ কৰা নাই যদিও আদি পুৱাই তেওঁ সামাজিক মাধ্যমত তেওঁৰ বিচনাত থকা তেজৰ দাগৰ ছবি আপলোড কৰে৷ এনে ছবি আপলোড কৰি অভিনেত্ৰীগৰাকীয়ে কি বিজাব বিচাৰিছে বাৰু? 

শনিবাৰে পৰীমণিয়ে বাংলাদেশৰ সংবাদ মাধ্যমক কৈছিল যে তেওঁ তেওঁৰ স্বামী শ্বৰীফুল ৰাজৰ ঘৰ এৰি গৈছে। ইয়াৰ পিছতে পৰীমণিয়ে আপলোড কৰা ছবি খনত বিচনা চাদৰ, গাৰু   সকলোতে  তেজৰ দাগ থকা দেখা গৈছে৷ 

ৰাজৰ ঘৰৰ পৰা ওলাই যোৱাৰ কেইঘণ্টামানৰ পিছতে  পৰীমণিয়েই ছবিখন ৰাজহুৱা কৰে৷  উল্লেখ্য ৰাজ আছিল পৰীমণিৰ পাঁচ ন্মৰ স্বামী৷ পৰীমণিয়ে আপলোড কৰা ছবি খন চাই বহুতে ধাৰণা কৰিছে যে স্বামী শ্বৰীফুল ৰাজে হয়তো পৰীমণিক অকথ্য নিৰ্যাতন চলাইছিল৷ যাৰ বাবে তেওঁৰ ৰক্তপাত হৈছিল৷ অৱশ্যে অভিনেত্ৰীগৰাকীয়েহে ভাঙিব পাৰিব বিচনাত তেজৰ দাগৰ ৰহস্য৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ