--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অস্ত্ৰ-শস্ত্ৰ ভৰ্তি এখন গাড়ীৰে আহি দুৰ্বৃত্তই আক্ৰমণ চলালে  মেক্সিকোৰ কাৰাগাৰত৷ কাৰাগাৰৰ গেট দলটোৱে ভাঙি কাৰাগাৰৰ ভিতৰত  প্ৰৱেশ কৰে। তাৰ পিছতে আৰম্ভ হয়  নিৰ্বিচাৰ গুলীচালনা। টেক্সাছ সীমান্তৰ ওচৰৰ কাৰাগাৰখনত হোৱা আক্ৰমণত কমেও ১৪ জন লোক নিহত হৈছে।

নিহতসকলৰ ভিতৰত দহজন নিৰাপত্তাৰক্ষীও আছে। আন চাৰিজন ৪ জন বন্দী। এই ঘটনাৰ পিছতে কমেও ২৪ জন বন্দী কাৰাগাৰৰ পৰা পলাই যায়। এই মুহূৰ্তত, আৰক্ষী আৰু দেশ খনৰ  সেনাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আছে। স্থানীয় প্ৰশাসনে অঞ্চলটোত  সতৰ্কবাণী জাৰি কৰিছে।

মেক্সিকোৰ চিউদাদ জুয়াৰেজ অঞ্চল টেক্সাছৰ এল পাসো সীমান্তৰ ওচৰত আছে। তাত থকা কাৰাগাৰখন এখন  অতি সংবেদনশীল কাৰাগাৰ হিচাবে চিহ্নিত হৈ আহিছে। একেখন কাৰাগাৰত আগতে বহুবাৰ আক্ৰমণ হৈছিল। নতুন বছৰৰ আৰম্ভনিতে একেই ঘটনা ঘটিল।  চিউদাদ জুয়াৰেজৰ এই কাৰাগাৰখনত মুখ্যতঃ ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত অপৰাধীসকলক ৰখা হৈছে৷  








FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ