--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভূমিকম্পৰ উৎপত্তিস্থল আছিল বাংলাদেশৰ নৰসিংদীৰ মাধব। এই ভূমিকম্পই জোঁকাৰি গ'ল অসমকো। গুৱাহাটীকে ধৰি ৰাজ্যৰ বহু অঞ্চল কঁপি উঠে। শুকুৰবাৰে পুৱা অনুভূত হ’ল ভূমিকম্পৰ প্ৰবল জোকাৰণি।

ডিজিটেল ডেস্ক: ভয়ংকৰ ভূমিকম্পত বিধ্বস্ত বাংলাদেশ। ছয়জনৰ মৃত্যু আৰু শতাধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। ঢাকাৰ বহু ঠাইত অট্টালিকা, দেৱালত ফাঁট মেলিছে। বাংলাদেশত বৰ্তমান জনতা ত্ৰস্তমান হৈ আছে।


ভূমিকম্পৰ উৎপত্তিস্থল আছিল বাংলাদেশৰ নৰসিংদীৰ মাধব। এই ভূমিকম্পই জোঁকাৰি গ'ল অসমকো। গুৱাহাটীকে ধৰি ৰাজ্যৰ বহু অঞ্চল কঁপি উঠে। শুকুৰবাৰে পুৱা অনুভূত হ’ল ভূমিকম্পৰ প্ৰবল জোকাৰণি। গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও প্ৰান্তত ভূমিকম্পটোৰ জোকাৰণি অনুভূত হয়।অসমকে ধৰি চুবুৰীয়া ৰাজ্য পশ্চিমবংগতো ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱা বুলি জানিব পৰা গৈছে। পশ্চিমবংগতো আতংকৰ সৃষ্টি হৈছে।


পুৱা ১০:০৮ বজাত অনুভূত হয় জোকাৰণি। এই পৰ্যন্ত লাভ কৰা হোৱা নাই কোনো ক্ষয়-ক্ষতিৰ বাতৰি আৰু হতাহতৰ খবৰ। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য (প্ৰাৰম্ভিক) অনুসৰি, এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৭ ৰিখটাৰ স্কেল।


ভূমিকম্পৰ প্ৰাবল্যৰ বিৱৰণ তলত দিয়া ধৰণৰ:


মাত্ৰা: ৫.৭

তাৰিখ: ২১/১১/২০২৫

সময়: ১০:০৮:২৬ বজাত

অক্ষাংশ: ২৩.৭৭ উত্তৰ

দ্ৰাঘিমাংশ: ৯০.৫১ ই

গভীৰতা: ১০ কিলোমিটাৰ

অঞ্চল: বাংলাদেশ


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ