--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  জন্মৰ ক্ষণ অনুসৰি মানুহৰ ৰাশি নিৰ্ধাৰণ হয়। প্ৰতিটো ৰাশিয়েই একো একোটা ৰঙক প্রতিনিধিত্ব কৰে। সেয়ে প্ৰতিটো ৰাশিত ৰঙৰ প্ৰভাৱ থাকেই। ৰাশি অনুসৰি মানুহৰ ওপৰত যিহেতু ৰঙৰ প্রভাৱ থাকে সেইবাবে বিভিন্ন ৰাশিৰ লোকে বিভিন্ন ঘৰত বসবাস কৰাৰ ক্ষেত্ৰত সেই ঘৰৰ ৰং ৰাশি অনুসৰি কৰিব পাৰিলে শুভ ফল লাভ কৰে। 

ইয়াত বাস্তুশাস্ত্ৰৰ মতে ৰাশি অনুসৰি ৰঙৰ ব্যৱহাৰৰ কিছু কথা উল্লেখ কৰা হ'ল।

গৃহস্থৰ ৰাশি যদি মেষ হয় তেন্তে ঘৰৰ ৰং ৰঙা দিব লাগে।

গৃহস্থৰ ৰাশি যদি মিথুন হয় তেন্তে ঘৰৰ ৰং সেউজীয়া কৰিব লাগে । গৃহস্থৰ ৰাশি যদি বৃষ হয় তেন্তে ঘৰৰ ৰং বগা কৰিব লাগে ।

কৰ্কট ৰাশিৰ জাতকে ঘৰত গোলাপী অথবা মুক্তাৰ দৰে বগা ৰং ব্যৱহাৰ
কৰিব লাগে।

সিংহ ৰাশিৰ জাতকে ধূসৰ ৰং অথবা ৰঙা ৰং ব্যৱহাৰ কৰিব লাগে । তুলা ৰাশিৰ জাতকে বগা ৰং ব্যৱহাৰ কৰিব লাগে।

কন্যা ৰাশিৰ জাতকে পাতল হালধীয়া অথবা সেউজীয়া ৰং ঘৰত ব্যৱহাৰ কৰিব লাগে।

বৃশ্চিক ৰাশিৰ লোকে ঘৰত ৰঙা অথবা গোলাপী ৰং ব্যৱহাৰ কৰিব লাগে। কুম্ভ ৰাশিৰ জাতকে ঘৰত নীলা অথবা গোলাপী ৰং ব্যৱহাৰ কৰিলে শুভফল পায়।

মকৰ ৰাশিৰ আতকে পাতল ৰঙা ৰং ব্যৱহাৰ কৰিব লাগে।

ধনু ৰাশিৰ জাতকে ঘৰত উজ্জ্বল হালধীয়া ৰং ব্যৱহাৰ কৰিব লাগে। মীন ৰাশিৰ লোকে  ঘৰত হালধীয়া অথবা শুধ বগা ৰং ব্যৱহাৰ কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ