--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰ এখনৰ দুৱাৰ ঘৰ খনৰ প্ৰধান অংশ। দুৱাৰ সদায় মজবুত হ’ব লাগে। এক কথাত ঘৰৰ দুৱাৰ হৈছে ঘৰ এখনৰ মুখ্য উপাদান। কাৰণ দুৱাৰেৰেই ঘৰত প্ৰৱেশ কৰিব পাৰি। ঘৰৰ দুৱাৰ সঠিক দিশত স্থাপন কৰাটো অতি প্ৰয়োজনীয় কথা । তদুপৰি দুৱাৰ সংখ্যা আদিৰ কথাও থাকে। ঘৰত থকা মুঠ দুৱাৰ বা দৰ্জাৰ সংখ্যা সদায় যুগ্ম হ'ব লাগে। 

অযুগ্ম সংখ্যাৰ দৰ্জা ঘৰত থাকিলে গৃহস্থৰ সুখ বৃদ্ধি হোৱাত বাধাৰ সৃষ্টি হ'ব পাৰে।ঘৰৰ মুখ্য দুৱাৰ সদায় ভিতৰৰ পিনৰ পৰা খোলাৰ ব্যৱস্থা থাকিব লাগে। ঘৰৰ মুখ্য দ্বাৰ ঘৰৰ মধ্যস্থলত ৰাখিব নালাগে।


মুখ্য দ্বাৰৰ সন্মুখত কোনো ডাঙৰ গছ অথবা দেৱাল আদি থাকিব নালাগে। ঘৰৰ মুখ্য দ্বাৰ এখনেই হ'ব লাগে। একেদৰে ঘৰৰ পৰা ওলোৱা  বা প্ৰস্থান কৰা দুৱাৰো এখনেই হ'ব লাগে।

ঘৰৰ মুখ্য দ্বাৰ সদায় দুই পাল্লাৰ হ'ব লাগে। ঘৰৰ ভিতৰৰ দুৱাৰ এক পাল্লাৰ হ'লেও কোনো কথা নাই।

ঘৰৰ মুখ্য দ্বাৰ কেতিয়াও অর্ধ চন্দ্ৰাকাৰ, বৃত্তাকাৰ, ত্রিকোণ বা অসম আকৃতিৰ হ'ব নালাগে। ঘৰৰ মুখ্য দ্বাৰা সদায় বর্গাকৃতিৰ হ'ব লাগে । 

ঘৰৰ মুখ্য দ্বাৰ খোলা বা বন্ধ কৰাৰ সময়ত শব্দ হ'ব নালাগে । ঘৰৰ প্ৰতিখন দৰ্জা সম আকৃতিৰ হ'ব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক