--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিনটোৰ পৰিশ্ৰমৰ পিছত মানুহে ঘৰলৈ গৈ জিৰণি লয়। সেয়ে ঘৰটো যিমান পাৰি আৰামদায়ক আৰু সুবিধা জনক হ’লে ভাল। ঘৰৰ দুৱাৰ হৈছে ঘৰ এখনৰ মুখ্য উপাদান। কাৰণ দুৱাৰেৰেই ঘৰত প্ৰৱেশ কৰিব পাৰি। ঘৰৰ দুৱাৰ সঠিক দিশত স্থাপন কৰাটো অতি প্ৰয়োজনীয় কথা । তদুপৰি দুৱাৰ সংখ্যা আদিৰ কথাও থাকে। ঘৰত থকা মুঠ দুৱাৰ বা দৰ্জাৰ সংখ্যা সদায় যুগ্ম হ'ব লাগে। 

অযুগ্ম সংখ্যাৰ দৰ্জা ঘৰত থাকিলে গৃহস্থৰ সুখ বৃদ্ধি হোৱাত বাধাৰ সৃষ্টি হ'ব পাৰে।ঘৰৰ মুখ্য দুৱাৰ সদায় ভিতৰৰ পিনৰ পৰা খোলাৰ ব্যৱস্থা থাকিব লাগে। ঘৰৰ মুখ্য দ্বাৰ ঘৰৰ মধ্যস্থলত ৰাখিব নালাগে।


মুখ্য দ্বাৰৰ সন্মুখত কোনো ডাঙৰ গছ অথবা দেৱাল আদি থাকিব নালাগে। ঘৰৰ মুখ্য দ্বাৰ এখনেই হ'ব লাগে। একেদৰে ঘৰৰ পৰা ওলোৱা  বা প্ৰস্থান কৰা দুৱাৰো এখনেই হ'ব লাগে।

ঘৰৰ মুখ্য দ্বাৰ সদায় দুই পাল্লাৰ হ'ব লাগে। ঘৰৰ ভিতৰৰ দুৱাৰ এক পাল্লাৰ হ'লেও কোনো কথা নাই।

ঘৰৰ মুখ্য দ্বাৰ কেতিয়াও অর্ধ চন্দ্ৰাকাৰ, বৃত্তাকাৰ, ত্রিকোণ বা অসম আকৃতিৰ হ'ব নালাগে। ঘৰৰ মুখ্য দ্বাৰা সদায় বর্গাকৃতিৰ হ'ব লাগে । 

ঘৰৰ মুখ্য দ্বাৰ খোলা বা বন্ধ কৰাৰ সময়ত শব্দ হ'ব নালাগে । ঘৰৰ প্ৰতিখন দৰ্জা সম আকৃতিৰ হ'ব লাগে। বাস্তুৰ বিভি মানি ঘৰত দুৱাৰ স্থাপন কৰিলে সুফল পাবই। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস