--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত তুলসী গছৰ বিশেষ মাহাত্ম্য আছে। তুলসীক বহু পবিত্ৰ বুলি গণ্য কৰা হয়। বাস্তুশাস্ত্ৰ অনুসৰি তুলসী গছে আপোনাৰ বহু সমস্যা ৰোধ কৰিব পাৰে। তুলসী গছেৰে কি কি সমস্যা সমাধান কৰিব পাৰি জানো আহক।  

১) বিবাহত পলম হ'লে তুলসী গুৰিত পানী ঢালিব লাগে। 

২) যদি আপুনি ব্যৱসায়ৰ লগত জড়িত, ব্যৱসায়ত সমৃদ্ধি লাভ কৰিব বিচাৰে, প্ৰতি শুকুৰবাৰে তুলসীৰ গুৰিত গাখীৰ ঢালি দিয়ক। 

৩) কোঠাটোৰ চাৰিটা চুকত চাৰিটা তুলসী পাত থৈ দিব লাগে। যেতিয়াই তুলসী পাত শুকাই যায় তেতিয়াই গংগাজলত ওপঙাই দিব লাগে। জীৱনৰ সকলো অস্থিৰতা সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব।

৪) এটা পাত্ৰত পানী ভৰাই তাত দুই এটা তুলসী পাত তিয়াই থৈ পুৱা সাৰ পোৱাৰ পাছত এই তুলসী পাতৰ পানী ঘৰত ছটিয়াই দিব লাগে। এনে কৰিলে কোনো অপশক্তি আপোনাৰ ঘৰত অৱস্থান কৰিব নোৱাৰে। 

৫) আপোনাৰ প্ৰৱেশদ্বাৰৰ সোঁফালে তুলসী গছ ৰোপণ কৰিব লাগে। বাস্তুৰ মতে ই জীৱনত অতি উত্তম ফল আনি দিব পাৰে।

বাস্তু বিশেষজ্ঞসকলে কয় যে এই নিয়মসমূহ পালন কৰিলে মানুহৰ সকলো সমস্যা দূৰ হয়। জীৱনলৈ আহে সুখ-সমৃদ্ধি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ