--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ বাৰত বহি মদিৰাৰ গিলাচত চুমুক দিছিল তেওঁলোকে৷ চলিছিল নানা বিষয়কলৈ আলোচনা৷ তেওঁলোকে ভাবিবই পৰা নাছিল যে কিছুসময় পিছতেই তেওঁলোকৰ মৃত্যু ঘটিব৷ কিন্তু নভবা কথাটোৱেই অৱশেষত সঁচা হ’ল৷ আততায়ীৰ গুলীত নিহত হ’ল ইটালীৰ প্ৰধানমন্ত্ৰী মেলনিৰ বান্ধৱী নিকোলেটা  গোলিচানোৰ লগতে আন দুগৰাকী যুৱতী৷  

ৰোমৰ এখন বাৰত বহি তেওঁলোকে   আন কেইজনমান পৰিচিত লোকৰ সৈতে কথা পাতি আছিল। হঠাতে সেই অঘটনটো ঘটে৷ ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলোনিৰ বান্ধৱীক  এজন বন্দুকধাৰীয়ে হত্যা কৰে৷  প্ৰধানমন্ত্ৰী মেলনিৰয়ে তেওঁৰ নলে-গলে লগা বান্ধৱীক হেৰুৱাই শোকত ভাগি পৰিছে৷  বান্ধৱীৰ মৃত্যু প্ৰধানমন্ত্ৰী মেলনিয়ে এটা আৱেগিক পোষ্ট কৰিছে৷ 

মেলনিৰ বান্ধৱীৰ  নাম নিকোলেটা গোলিচানোই  ৰোমৰ এখন বাৰত বহি  কথা পাতি থকাৰ সময়তে  হঠাতে এজন বৃদ্ধ ব্যক্তিসেই ঠাইত  উপস্থিত হ'ল। তেওঁ লগে লগে পকেটৰ পৰা বন্দুক উলিয়াই গুলীচালনা কৰিবলৈ ধৰে৷প্ৰধানমন্ত্ৰীয়ে নিকোলেটাৰ সৈতে হাঁহি থকা এখন ফটোৰ আপলোড কৰি   লিখিছে, "মোৰ বাবে, তেওঁ সদায়  আনন্দিত আৰু ধুনীয়া হৈয়েই থাকিব। এনেদৰে কাকো এৰি যোৱাটো ভাল কথা নহয়। ''

উল্লেখ্য গুলীচালনা কৰা লোকজন এজন ৫৭ বছৰীয়া ব্যক্তি৷  আৰক্ষীয়ে ইতিমধ্যে তেওঁক  গ্ৰেপ্তাৰ কৰিছে। বাৰত উপস্থিত থকা লোকে তেওঁক ঘটনাস্থলীতে ধৰিবলৈ সক্ষম হয়। পিছত তেওঁক আৰক্ষীক গতাই দিয়া হ'ল। আৰক্ষীয়ে কয়  যে হত্যাকাৰীজন অঞ্চলটোৰে বাসিন্দা । তেওঁৰ বিৰুদ্ধে একাধিক অপৰাধৰ অভিযোগ আছে। কি কাৰণত তেওঁ লোক কেইগৰাকীক হত্যা কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ