--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰকৃত প্ৰেমৰ বহু উদাহৰণ আমাৰ সমাজত দেখিবলৈ পোৱা যায়। এজন ব্যক্তিয়ে প্ৰেমৰ বাবে যিকোনো পৰিসৰলৈ যাব পাৰে। তেনে এটা কাহিনী চৰ্চালৈ আহিছে য’ত এগৰাকী মহিলাই নিজৰ অসুস্থ স্বামীৰ বাবে যুঁজি আছে। এই মহিলাগৰাকীয়ে তেওঁৰ ঔষধৰ বাবে ধন সংগ্ৰহ কৰিবলৈ নামি পৰিছে জীৱন যুদ্ধত। মহিলাগৰাকীয়ে সন্তানৰ সৈতে বিক্ৰী কৰি আছে মোমো ।
I will wait for him to wake up': young wife of Chinese man in a coma shows  undying love for husband by selling dumplings to meet medical costs | South  China Morning
এই ঘটনা চীনৰ এখন চহৰৰ। সংবাদ মাধ্যমৰ খবৰ অনুসৰি মহিলাগৰাকীৰ নাম নি। ২০১৬ চনত বিবাহপাশত আবদ্ধ হোৱা মহিলাগৰাকীৰ দুটা সন্তান আছে। ৩ মাহ পূৰ্বে তেওঁৰ স্বামীৰ গাড়ী দুৰ্ঘটনা হৈছিল, তাৰ পিছত তেওঁ চিকিৎসালয়ত ভৰ্তি হৈছিল আৰু স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছত তেওঁ ক’মাত আছে। মহিলাগৰাকীয়ে তেওঁৰ চিকিৎসাৰ বাবে নিজৰ ঘৰ বিক্ৰী কৰিছিল যদিও চিকিৎসা সম্পূৰ্ণ নহ’ল।

মহিলাগৰাকীয়ে বৰ্তমান হাস্পতালৰ বাহিৰত মোমো বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। স্বামীৰ বাবে তিনিটা অপাৰেচন কৰা হৈছে আৰু ইয়াত বহু টকা খৰচ হৈছে। তেওঁ নিজৰ দোকানৰ পৰা টকা উপাৰ্জন কৰি ঘৰখন চলায়। শেহতীয়াকৈ তেওঁৰ কাহিনী ভাইৰেল হৈছে। মহিলাগৰাকীয়ে কয় যে যিমানেই অসুবিধা নহওক কিয় মই মোৰ পৰিয়ালটোৰ কাৰণে সকলো কৰিম। মই তেওঁলোকক বহুত ভাল পাওঁ। কঠোৰ পৰিশ্ৰম কৰি মই তেওঁলোকক ৰক্ষা কৰিম।

মহিলাগৰাকীয়ে কয় যে ''মই তেওঁৰ উভতি অহা বাবে অপেক্ষা কৰি আছো। এবছৰ, দুবছৰ, তিনি বছৰ বা বহু বছৰ অপেক্ষা কৰিব লাগিব, মই কৰি যাম।'' উল্লেখ্য যে মহিলাগৰাকীৰ স্বামীৰ অৱস্থা ইতিমধ্যে উন্নত হৈছে। চিকিৎসকে অতি সোনকালে ক’মাৰ পৰা ওলাই অহাৰ আশা প্ৰকাশ কৰিছে। বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াত এই মহিলাগৰাকীক নেটিজেনসকলে উচ্চ প্ৰশংসা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ