--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৰুষ সংগীৰ সুৰাত পঁইতাচোঁৰা মৰা বিষাক্ত স্প্ৰে মিহলাই লোকজনক হত্যা কিব বিচৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে এগৰাকী মাৰ্কিন মহিলা। আমেৰিকা যুক্তৰাষ্ট্ৰত এগৰাকী ২৯ বছৰীয়া মহিলাই ফ্লৰিডাৰ এখন স্থানীয় বাৰত লগ পোৱাৰ পিছত এজন পুৰুষৰ পানীয়ত পঁইতাচোঁৰা মৰা বিষাক্ত স্প্ৰে মিহলি কৰিছিল  বুলি অভিযোগ উঠিছে। ভলুচিয়া কাউণ্টি শ্বেৰিফৰ কাৰ্যালয়ে কয় যে ভেৰোনিকা ক্লিন নামৰ মহিলাগৰাকীৰ  বিৰুদ্ধে সুৰাত এনেধৰণৰ বিহ মিহলি কৰি দিয়াৰ অভিযোগ উঠিছে। 


সেই সুৰা সেৱন কৰাৰ পিছতে লোক জন অসুস্থ হৈ পৰিছিল। পিছত বাৰৰ কৰ্মচাৰীসকলে অসুস্থ  অনুভৱ কৰা লোকজনৰ চিকিৎসাীৰ ব্যৱস্থা কৰে। 

লোকজনে প্ৰকাশ কৰা মতে তেওঁ দুগিলাচ  পানীয় খোৱাৰ পিছত অসুস্থ অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল। ইপিনে ক্লিনে  পানীয়ত বিষাক্ত পদাৰ্থ মিহলাই দিয়াৰ কথা  স্বীকাৰ কৰিছে। 

কিন্তু কি উদ্দেশ্য লৈ তেওঁ লোকজনৰ পানীয়ত বিষাক্ত পদাৰ্থ মিহলাই দিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আমেৰিকাৰ বাৰত প্ৰায়ে এনে ধৰণৰ ঘটনা ঘটি আহিছে বুলি বহুতে অভিযোগ কৰিছে। ক্লিনক ভলুচিয়া কাউণ্টি শাখা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি মাৰ্কিন আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস