--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ দুয়োটাকে শুভ বুলি গণ্য কৰা নহয়। গ্ৰহণৰ সময়ত কাম কৰা নিষিদ্ধ। বছৰৰ দ্বিতীয় আৰু শেষ সূৰ্যগ্ৰহণৰ বাবে মাত্ৰ কেইটামান দিন বাকী। অহা মাহৰ আৰম্ভণিতে হ’ব ২০২৪ চনৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ। 

উল্লেখ্য যে এটা বছৰত প্ৰায় ৪টা গ্ৰহণ হয়, ইয়াৰে ২টা চন্দ্ৰগ্ৰহণ আৰু ২টা সূৰ্যগ্ৰহণ। ১৮ ছেপ্টেম্বৰত শেষবাৰৰ বাবে চন্দ্ৰগ্ৰহণ হৈছিল। আনহাতে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ২০২৪ চনৰ ৮ এপ্ৰিলত হৈছিল। বছৰৰ এই প্ৰথমটো সূৰ্যগ্ৰহণ আছিল সম্পূৰ্ণ সূৰ্যগ্ৰহণ যিটো ভাৰতত দৃশ্যমান হোৱা নাছিল। এতিয়া আমি আপোনালোকক জনাম যে এই বছৰৰ শেষ সূৰ্যগ্ৰহণ কেনেকুৱা হ'ব আৰু ক'ত দেখা যাব।

solar eclipse 2024: Solar Eclipse 2024: Here are some do's and don'ts to  follow when viewing the first Surya Grahan of 2024 - The Economic Times


ভাৰতত দৃশ্যমান হ’ব নে সূৰ্যগ্ৰহণ?

বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ নৱৰাত্ৰিৰ আগতে অৰ্থাৎ ২০২৪ চনৰ ২ অক্টোবৰত হ’ব। পিতৃপক্ষ শেষ হ’ব সূর্যগ্রহণৰ দিনা ৷ ভাৰতীয় সময় অনুসৰি নিশা ৯.৪৭ বজাৰ পৰা আৰম্ভ হ’ব সূৰ্যগ্ৰহণ। ৩ অক্টোবৰৰ পুৱা ৩:১৭ বজাত শেষ হ’ব সূৰ্যগ্ৰহণ।


What is Total Solar Eclipse?


কোন কোন ঠাইত দৃশ্যমান হ’ব সূৰ্যগ্ৰহণ?

এই বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ আমেৰিকা, আৰ্জেণ্টিনা, এন্টাৰ্কতিকা, উৰুগুৱে, হনোলুলু, বুয়েনছ আয়াৰ্ছ, আৰ্কটিক, প্ৰশান্ত মহাসাগৰ, পেৰী, চিলি, আৰু দ্বীপটোৰ উত্তৰ অংশত দৃশ্যমান হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement