--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছেপ্তেম্বৰ মাহৰ শেষত মাহকাশত পৰিলক্ষিত হ’ব এক বিৰল মহাজাগতিক পৰিঘটনা৷ আকাশত এটা নহয়, দেখা যাব দুটাকৈ চন্দ্ৰ। যিটো স্বাভাৱিক চন্দ্ৰৰ আকৃতিতকৈ সৰু  এটা গ্ৰহাণু। ই চন্দ্ৰৰ দৰে আৰু ই পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিন কৰে, সেইবাবেই ইয়াক মিনি মুন বুলি অভিহিত কৰা হৈছে।

এই গ্ৰহাণুটো পৃথিৱীৰ কক্ষপথত নাছিল যদিও পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে ইয়াক পৃথিৱীৰ কক্ষ পথলৈ তানি আনিছে অৱশ্যে এই মিনি মুন বেছি দিনলৈ দৃশ্যমান হৈ নাথাকিব বুলি সদৰি কৰিছে জ্যোতিৰ্বিজ্ঞানীসকলে। জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে ২৫ নৱেম্বৰলৈ আকাশত মিনি মুন দেখা যাব। এই মহাজাগতিক সাক্ষী হ’বলৈ জ্যোতিৰ্বিজ্ঞান প্ৰেমীসকল সাজু হৈ উঠিছে। বিজ্ঞানীসকলে কয় যে এয়া এক বিৰল পৰিঘটনা।

উল্লেখযোগ্য যে এই পৰিঘটনাটো ২০২৪ চনৰ ২৯ ছেপ্টেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ দৃশ্যমান হ’ব যেতিয়া চন্দ্ৰ ৫৬ দিন পৃথিৱীৰ কক্ষপথত থাকিব। চন্দ্ৰৰ লগতে মহাকাশত এটা সৰু ছন্দ্ৰ সদৃশ গ্ৰহাণু দেখিবলৈ পোৱা যাব। এই চন্দ্ৰটো আচলতে এটা গ্ৰহাণু, যাক মিনি মুন বুলি কোৱা হয় কাৰণ ইয়াক দেখাত সৰু চন্দ্ৰৰ দৰে আৰু পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। এই বিশেষ পৰিঘটনাটোৰ নাম দিয়া হৈছে ২০২৪ পিটি৫।ই এটা সৰু গ্ৰহাণু, এই গ্ৰহাণু প্ৰায় ১০ মিটাৰ দীঘল, যিটো টেৰেষ্ট্ৰিয়েল-ইমপেক্ট লাষ্ট এলাৰ্ট চিষ্টেমৰ জৰিয়তে আৱিষ্কাৰ কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ