--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত ইউটিউব চেনেলত ছাবস্ক্ৰাইবাৰৰ   সংখ্যাই মঙলবাৰে দুই কোটি অতিক্ৰম কৰে।  এই ক্ষেত্ৰত মোদীয়েই হৈছে একমাত্ৰ ভাৰতীয় নেতা যিয়ে বিশ্বৰ আন বহু নেতাক ইউটিউবৰ  ছাবস্ক্ৰাইবাৰৰ দিশৰ পৰা চেৰ পেলাবলৈ সক্ষম হৈছে।   

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়াসকলে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মোদীৰ চেনেলত পোষ্ট কৰা ভিডিঅ'বোৰ ৪.৫ বিলিয়নতকৈও অধিক লোকে চাইছে, যি  বিশ্বৰ আন নেতাতকৈ বহু বেছি। ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জাইৰ বোলচোনাৰোৰ প্ৰায় ৬৪  লাখ  ছাবস্ক্ৰাইবাৰ আছে। তেওঁ মোদীৰ পিছতে তালিকাৰ দ্বিতীয় স্থানত আছে । অৱশ্যে তেওঁৰ  ছাবস্ক্ৰাইবাৰৰ সংখ্যা  প্ৰধানমন্ত্ৰী মোদীৰ   ছাবস্ক্ৰাইবাৰৰ সংখ্যাতকৈ এক তৃতীয়াংশতকৈও কম। আনে মন্তব্য প্ৰদানৰ দিশৰ পৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি ২২.৪ কোটি মন্তব্যৰে প্ৰথম স্থানত আছে। 

 ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী এইক্ষেত্ৰত   দ্বিতীয় স্থানত আছে।  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ ৭.৮৯ লাখ ছাবস্ক্ৰাইবাৰ আছে।  আনহাতে তুৰ্কীৰ প্ৰধানমন্ত্ৰী  ৰিচেপ তায়িপ এৰ্দোগানৰ ৩.১৬ লাখ  ছাবস্ক্ৰাইবাৰ আছে৷  অন্যান্য উল্লেখযোগ্য ভাৰতীয় নেতাসকলৰ ভিতৰত কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধীৰ চেনেলৰ ৩৫  লাখৰো অধিক  ছাবস্ক্ৰাইবাৰ আছে প্ৰধানমন্ত্ৰীয়ে ২০০৭ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে তেওঁৰ ইউটিউব চেনেল আৰম্ভ  কৰিছিল ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক