--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মল্লযুঁজাৰু সন্থাৰ ভূতপূৰ্ব সভাপতি তথা বিজেপিৰ সাংসদ ব্রীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ ৰুজু কৰা মহিলা মল্লযুঁজাৰুগৰাকী প্ৰাপ্তবয়স্ক বুলি প্ৰমাণিত হয়। ৰোহটকস্থিত মহিলা মল্লযুঁজাৰু বিদ্যালয়ৰ পৰা উদ্ধাৰ হোৱা জন্মৰ প্ৰমাণ পত্ৰৰ ভিত্তিত নিশ্চিত হৈছে যে তেওঁ এগৰাকী প্ৰাপ্তবয়স্ক।

কন’ট প্লেচ থানাত দিয়া এজাহাৰত মহিলা মল্লযুঁজাৰুগৰাকীয়ে কৈছিল যে ব্রীজ ভূষণে তেওঁক যৌন নিৰ্যাতন চলোৱাৰ সময়ত তেওঁ নাবালক আছিল।তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে যৌন শোষণ আৰু পোস্কোৰ ধাৰাত পৃথক গোচৰ ৰুজু কৰিছিল। গোচৰৰ তদন্তৰ সময়ত ৰোহটকৰ স্কুলৰ পৰা লাভ কৰা জন্মৰ প্ৰমাণ পত্ৰত তেওঁ প্ৰাপ্তবয়স্ক বুলি নিশ্চিত হয়।

এই ঘটনাৰ পাছত এতিয়া আৰক্ষীয়ে এই গোচৰৰ পৰা পস্কোৰ ধাৰাটো আঁতৰাই দিব আৰু কেৱল যৌন নিৰ্যাতনৰ গোচৰৰ তদন্ত হ’ব। অভিযোগকাৰী মহিলা মল্লযুঁজাৰুগৰাকী এগৰাকী প্ৰাপ্তবয়স্ক হোৱাৰ বাবেই বৃহৎ সকাহ পাইছে ব্রীজ ভূষণে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস