--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰহস্যময় বেলুনৰ পিছত আমেৰিকাত এইবাৰ পৰিল   এটা চীনা ৰকেটৰ ধ্বংসাৱশেষ । এটা সামৰিক উপগ্ৰহ কঢ়িয়াই অনা ৰকেটৰ ধ্বংসাৱশেষ টেক্সাছত পতিত হোৱাৰ খবৰ পোৱা গৈছে। ইউএছ স্পেচ কমাণ্ডৰ মতে ৰকেটটোৰ কিছু অংশই নিয়ন্ত্ৰণ হেৰুৱাই আমেৰিকাত পতিত হয়। এই ঘটনাৰ পিছতে মহাকাশ গৱেষকসকলে বিপদৰ আশংকা ব্যক্ত কৰিছে৷

চীনৰ 'লং মাৰ্চ' ৰকেটটোৱে দক্ষিণ চীন সাগৰত গতিবিধি নিৰীক্ষণ কৰিবলৈ পৃথিৱীৰ কক্ষপথলৈ তিনিটা সামৰিক কৃত্ৰিম উপগ্ৰহ কঢ়িয়াই নিছিল৷কিন্তু হঠাতে  চীনা ৰকেটটোৱে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় । ৰকেটটো  তীব্ৰ গতিত পৃথিৱীলৈ উভতি  আহিছে। ইয়াৰ ধ্বংসাৱশেষ পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিয়পি পৰিছে। খবৰ অনুসৰি  এটা অংশই আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতি ঘণ্টাত ১৭,০০০ মাইল বেগত আহি আঘাত কৰিছে। মহাকাশ গৱেষকসকলে এই ঘটনাটোত বিপদৰ ইংগিত পাইছে৷
তেওঁলোকে কয় যে মহাকাশত আৱৰ্জনাৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে। যি ঘটনাই ভৱিষ্যতে পৃথিৱী বা কৃত্ৰিম উপগ্ৰহৰ বাবে ভয়ানক বিপদ মাতি আনিব পাৰে৷

খবৰ পোৱা গৈছে যে ২৪ জুলাইত এটা চীনে  লং মাৰ্চ ৫বি ৰকেট উৎক্ষেপণ কৰিছিল। ৰকেটটো নিৰ্মাণ কৰা অলাভজনক সংস্থাটোৱে  আমেৰিকা, আফ্ৰিকা, অষ্ট্ৰেলিয়া, দক্ষিণ-পূব এছিয়াক ৰকেটটো পৃথিৱীলৈ আহি থকাৰ কথা পূৰ্বে জনাইছিল৷
আনকি ভাৰততো এই ৰকেটৰ অংশ আহি  পতিত হোৱাৰ  আশংকা আছে। অৱশ্যে চীনে ৰকেটটো ধবংস হোৱাৰ খবৰ  অস্বীকাৰ কৰি আহিছে৷ কৰে। চীনে  দাবী কৰিছে যে আমেৰিকাই মহাকাশত চীনৰ উন্নতি  সহ্য কৰিব পৰা নাই আৰু সেইকাৰণে এনে ধৰণৰ উৰাবাতৰি প্ৰচাৰ কৰি আছে৷ 




FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ