--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বাংগালুৰু আৰক্ষীয়ে চহৰখনৰ চন্দ্ৰ লেআউটত মঙলবাৰে এগৰাকী মহিলাক বলাৎকাৰ কৰাৰ অভিযোগত এজন ৪০ বছৰীয়া স্কুল বাছ চালকক গ্ৰেপ্তাৰ কৰে। 

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ভুক্তভোগীগৰাকী নয়ন্দাহাল্লি বাছ ষ্টপত অপেক্ষা কৰি আছিল আৰু বাছ চালকজনে তেওঁক লিফ্ট আগবঢ়াইছিল। খালী বাছখনৰ ভিতৰত সোমোৱাৰ পিছত, অভিযুক্তজনে বাছখন এটা চাৰ্ভিচ ৰোডৰ ওচৰলৈ লৈ গৈছিল আৰু ভুক্তভোগীজনৰ ওপৰত বল প্ৰয়োগ কৰিছিল বুলি অভিযোগ কৰা হৈছে। অভিযুক্তজনে পিছত ভুক্তভোগীগৰাকীক তেওঁৰ ঘৰৰ ওচৰত পেলাই দিছিল বুলি জানিব পৰা গৈছে৷ 

ভুক্তভোগীৰ পুত্ৰই একেদিনাই সন্ধিয়া বাছখন চিনাক্ত কৰিছিল আৰু অভিযুক্তক আক্ৰমণ কৰিবলৈ বন্ধুসকলক একত্ৰিত কৰিছিল। দুয়ো পক্ষৰে মাজত সংঘৰ্ষ প্ৰতক্ষ্য কৰাৰ পিছত , স্থানীয় লোকে ওচৰৰ আৰক্ষী থানাক অৱগত কৰে আৰু আৰক্ষীয়ে অভিযুক্তজনক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। অভিযুক্তজনক শিৱ কুমাৰ বুলি চিনাক্ত কৰা হৈছে, যি বেংগালুৰুৰ এখন ব্যক্তিগত বিদ্যালয়ত বাছ চালক হিচাপে কাম কৰি আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক