--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি স্বাস্থ্যক লৈ বিভিন্ন গৱেষণা চলি থাকে। শেহতীয়া এক গৱেষণাত প্ৰকাশ পোৱা মতে, বহি থকা জীৱনশৈলী গ্ৰহণ কৰিলে অকাল মৃত্যুৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে, মূলতঃ মেদবহুলতা, টাইপ ২ ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ ৰোগ আদি হ’ব পাৰে।

এক বিস্তৃত বিশ্লেষণে ইংগিত দিয়ে যে ওজন নিয়ন্ত্ৰণৰ বাবে আটাইতকৈ উল্লেখযোগ্য সুবিধাসমূহ মধ্যমীয়াৰ পৰা জোৰদাৰ শাৰীৰিক কাৰ্য্যকলাপ যেনে দৌৰা, দ্ৰুত খোজ কঢ়া, চাইকেল চলোৱা, সাঁতোৰ বা আনকি চিৰি বগাই যোৱা আদি কৰিব লাগে।

আচৰিত কথাটো হ’ল ইউৰোপিয়ান হাৰ্ট জাৰ্নেলত প্ৰকাশিত অধ্যয়নটোৱে প্ৰকাশ কৰিছে যে কম কষ্টকৰ কাৰ্য্যকলাপেও স্বাস্থ্যৰ উন্নত ফলাফলত অৰিহণা যোগাব পাৰে, য’ত টোপনিৰ কথাও উল্লেখ কৰা হৈছে।

প্ৰতিদিনে ৩০ মিনিট বহি থকাৰ ঠাইত সমতুল্য সময়ৰ টোপনিৰ ব্যৱহাৰ কৰিলে সামগ্ৰিকভাৱে শৰীৰৰ ভৰ আৰু কঁকালৰ পৰিধি উল্লেখযোগ্য হ্ৰাস পায়।

সেইবাবে বহি বহি কাম কৰা মানুহক শাৰীৰিক কাৰ্যকলাপ বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক