--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কল আন ফলতকৈ সোনকালে পকি ক’লা হ’বলৈ আৰম্ভ কৰে। কল ফ্ৰীজত ৰখাটো ভাল নহয়, কাৰণ কল এবিধ ঠাণ্ডা ফল আৰু কল ফ্ৰীজত ৰাখিলে পুষ্টি গুণ নোহোৱা হয়।  ফ্ৰীজত নৰখাকৈ কেনেদৰে কেইবাদিনো কল সংৰক্ষণ কৰিব পাৰি জানো আহক।

কল এনেদৰে সংৰক্ষণ কৰক

১) ঠাৰিটো মেৰিয়াই ৰাখকঃ কেইবাদিনো কল সতেজ কৰি ৰাখিবলৈ প্লাষ্টিক বা কিছু চেলো টেপৰ সহায়ত তাৰ ঠাৰিত মেৰিয়াই সম্পূৰ্ণ চিন্তামুক্ত হৈ থাকক। এইটো এটা অতি ফলপ্ৰসূ পদ্ধতি।

২) কলৰ হেংগাৰ ব্যৱহাৰ কৰকঃ কল নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ বজাৰত বহু ধৰণৰ কল হেংগাৰ পোৱা যায়। তাত কল ওলোমাই দিব লাগিব। কেইবাদিনো পিছত খালেও কল ঠিকে থাকিব।

৩) ভিটামিন চি টেবলেটেৰে সতেজ কৰি ৰাখকঃ যদি আপুনি বহু দিনলৈ কল সতেজ কৰি ৰাখিব বিচাৰে তেন্তে বজাৰৰ পৰা ভিটামিন চি টেবলেট কিনি এগিলাচ পানীত দি ভালদৰে দ্ৰৱীভূত কৰক। এতিয়া এই পানীত কলখিনি তিয়াই থওক।

৪) মমৰ কাগজেৰে মেৰিয়াই লওকঃ কল বেছি দিন টিকিবলৈ হ’লে আপুনি মমৰ কাগজ ব্যৱহাৰ কৰক। ইয়াৰ সহায়ত আপুনি কলটো মেৰিয়াই বা ঢাকি ৰাখিব পাৰে। এনে অৱস্থাত কল সোনকালে নষ্ট নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা