--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত মানুহৰ শৰীৰত ভিন্ন ৰোগে সহজেই থিতাপি লোৱা দেখিবলৈ পোৱা যায়। বৰ্তমান সময়ৰ খাদ্যাভাস, ভুল জীৱনশৈলীয়েই প্ৰধানকৈ ইয়াৰ বাবে দায়ী। আজিকালি মানুহৰ গেষ্ট্ৰিক কেন্সাৰ হোৱা দেখিবলৈ পোৱা যায়। আপুনি জানি আচৰিত হ’ব যে সমগ্ৰ বিশ্বত প্ৰতি বছৰে লক্ষাধিক লোক এই ৰোগত আক্ৰান্ত হয়।

পেটৰ কৰ্কট ৰোগক গেষ্ট্ৰিক কেন্সাৰ বোলা হয়। সহজ ভাষাত বুজিবলৈ হ’লে যেতিয়া পেটৰ কোষবোৰ বৃদ্ধি হ’বলৈ আৰম্ভ কৰে, তেতিয়া গেষ্ট্ৰিক কেন্সাৰৰ জন্ম হয়। অৰ্থাৎ কিছুমান অস্বাভাৱিক কোষৰ বৃদ্ধি হৈ পেটৰ এটা অংশত টিউমাৰ গঠন কৰে, ইয়ে কেন্সাৰৰ ৰূপ লয়।

গেষ্ট্ৰিক কেন্সাৰৰ এটা সাধাৰণ লক্ষণ হ’ল এচিডিটি, যিটো ভাৰতীয়ৰ মাজত এক সাধাৰণ সমস্যা। ইয়াক সহজভাৱে লোৱা হয়। ই যে গেষ্ট্ৰিক কেন্সাৰৰ লক্ষণো হ’ব পাৰে সেই বিষয়ে মানুহে সচেতন নহয়। এচিডিটি হ’লে মানুহে প্ৰায়ে ফাৰ্মাচীৰ পৰা ঔষধ আনি খায়, যাৰ ফলত এই ৰোগ প্ৰতিৰোধ নহয়, মাত্ৰ কিছু সময়ৰ বাবেহে ই সকাহ দিয়ে। 

গেষ্ট্ৰিক কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি জানো আহক

১) বদহজম 
২) সঘনাই পেটৰ বিষ
৩) খাদ্য খোৱাৰ পাছত অতি ভৰপূৰ অনুভৱ কৰা
৪) মলত তেজ যোৱা
৫) ভোক কমি যোৱা
৬) ওজন কমি যোৱা

যদিহে এই লক্ষণসমূহ সঘনাই দেখা দিবলৈ ধৰে তেন্তে আওকাণ কৰা উচিত নহয়। অনতি পলমে চিকিৎসকৰ কাষ চপা উচিত।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক