--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মল্লযুঁজাৰু সন্থাৰ সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন শোষণৰ অভিযোগ সন্দর্ভত মল্লযুঁজাৰুসকলৰ প্ৰতিবাদ অব্যাহত আছে৷ এতিয়া মল্লযুঁজাৰু বজৰঙ্গ পুনিয়াই ব্রীজ ভূষণ সিঙৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত পলম হোৱাক লৈ প্রশ্ন উত্থাপন কৰিছে৷এ এন আইৰ তথ্য অনুসৰি পুনিয়াই কয় যে ব্রীজ ভূষণৰ বিৰুদ্ধে বহু প্রমাণ আছে৷ আৰক্ষীয়ে এতিয়া আৰু কি বিচাৰে?

উল্লেখযোগ্য যে মল্লযুঁজাৰু বজৰঙ্গ পুনিয়াই কৃষকসকলক সমৰ্থন আগবঢ়াবলৈ কুৰুক্ষেত্ৰত উপস্থিত হৈছে। হাৰিয়ানাত নূন্যতম সমৰ্থন মূল্য (MSP) ৰূপায়ণৰ দাবীত আন্দোলন কৰিছে কৃষকসকলে। মঞ্চৰ পৰা কৃষকসকলক সম্বোধন কৰি বজৰঙ্গ পুনিয়াই কয় যে, চৰকাৰক আহ্বান জনাইছো যে কৃষকসকলে শস্যৰ নূন্যতম মূল্য লাভ কৰিব লাগিব।


ব্ৰীজভূষণৰ সমান্তৰালকৈ বজৰঙ্গ পুনিয়াই লখিমপুৰ খেৰিত কৃষকৰ মৃত্যুৰ বিষয়টোও উত্থাপন কৰি কেন্দ্রীয় গৃহ ৰাজ্যিক মন্ত্রী অজয় ​​মিশ্ৰ টেনিৰ বিৰুদ্ধে কিয় এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা হোৱা নাই বুলি প্রশ্ন উত্থাপন কৰে৷আৰু উল্লেখ কৰে যে এতিয়াও ব্ৰীজভূষণৰ বিৰুদ্ধে যুঁজি আছে বুলি উল্লেখ কৰে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস