--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী দেশৰ অন্যতম সফল ক্ৰিকেটাৰ। ধোনিৰ পিছত তেওঁৰ বায়’পিকৰ চৰ্চা চলিব ধৰিছে। এইবাৰ ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ দীনেশ কাৰ্তিকে বিৰাটৰ চৰিত্ৰত কোনে অভিনয় কৰিব তাৰ পৰামৰ্শ আগবঢ়ায়।

শেহতীয়াকৈ কাৰ্তিকে ছুপাৰ ৮ত ভাৰতৰ বেটিং কৌশল সন্দৰ্ভত টি-২০ বিশ্বকাপৰ আলোচনাৰ ৰাউণ্ডত নিজৰ মতামত দিছিল। দেশৰ কেইবাগৰাকীও ক্ৰিকেটাৰৰ বায়’পিকৰ কথা কয়। বিৰাটৰ বায়’পিকৰ বাবে তেওঁ ৰণবীৰ কাপুৰক বাছি লৈছিল। কাৰ্তিকৰ ভাষাত "ৰনবীৰে খুব ভাল অভিনয় কৰিব৷’’ একে সময়তে শিখৰ ধাৱনৰ বায়'পিকৰ বাবে তেওঁ অক্ষয় কুমাৰক বেছি পছন্দ কৰে।

বৰ্তমান ‘ৰামায়ণ’ৰ শ্বুটিঙত ব্যস্ত ৰণবীৰ। ইয়াৰ পিছত সঞ্জয় লীলা ভাঞ্চালীৰ পৰিচালিত ‘লাভ এণ্ড ৱাৰ’ ছবিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব। ৰণবীৰৰ উপৰিও এই ছবিখনত অভিনয় কৰিছে বিকি কৌশল, আলিয়া ভট্ট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement