--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
টি২০ ত অভিলেখ গঢ়াৰ পিছতো অসন্তুষ্ট হৈ পৰিল কিং কোহলী৷ অৱশ্যে এই অসন্তুষ্টিৰ কাৰণ স্বাভাৱিক৷ কোহলীৰ অনুমতি অবিহনেই গোপনীয়তা ভংগ কৰিলে হোটেলৰ কৰ্মচাৰীয়ে৷ টি২০ বিশ্বকাপত অংশ ল’বলৈ  পাৰ্থৰ ক্রাউন টাৱাৰ হোটেলত অৱস্থান বিৰাট কোহলীয়ে৷এইখন হোটেলৰে কৰ্মচাৰীয়ে ভাইৰেল কৰিলে কোহলীৰ কোঠাৰ ভিডিঅ’৷

 ভিডিঅ'টো হোটেলখনৰ কৰ্মচাৰী এজনে নিজেই বনাইছে। অৱশ্যে ইয়াৰ পিছতে কৰ্মচাৰীজনক  হোটেলৰ পৰা নিলম্বন কৰা হৈছে।  কৰ্মচাৰীজনেও ইয়াৰ বাবে কোহলীৰ ওচৰত ক্ষমা বিচাৰিছে। এই ভিডিঅ'টো বিৰাটৰ অনুপস্থিতিত তথা  বনোৱা হৈছিল। কোহলীয়ে  দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলি থকাৰ সময়তে ভিডিঅ’টো বনোৱা হৈছিল৷ 

এই ভিডিঅ’টোৰ সম্পৰ্কে অসন্তুষ্টি প্ৰকাশ কৰি কোহলীয়ে নিজৰ প্ৰফাইলত ভিডিঅ’টো শ্বেয়াৰ কৰিছিল৷ 


“কিং কোহলীৰ হোটেল ৰুম” শিৰোনামাৰ  এই ভিডিঅ'টোত  কোহলীৰ কোঠাত টেবুলত চশমা, টুপী, ঈশ্বৰৰ মূৰ্তি ৰখা দেখা গৈছে। ইয়াৰ উপৰিও কেইবাযোৰ মূল্যৱান  জোতা আৰু এটা খোলা ছুটকেছো দেখা যায়। ছুটকেছত  কোহলীৰ টিম ইণ্ডিয়াৰ জাৰ্চী দেখা গৈছে৷ 




FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক