--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ বিশ্ব চেম্পিয়ন দলটোৱে শ্ৰীলংকা ভ্ৰমণৰ সময়ত নতুন অধিনায়ক সূৰ্যকুমাৰ যাদৱেও সতীৰ্থৰ সৈতে মজা কৰি আছে। ছ’চিয়েল মিডিয়াত ৰিংকু সিঙৰ সৈতে এখন ছবিৰ জৰিয়তে সতেজ হৈ পৰিছে আই পি এলৰ সময়ৰ এটা ঘটনা। ৰিংকুৱে অধিনায়কৰ বেট বিচাৰিছে ছৱিখনত৷

যোৱা আই পি এলত বেংগালুৰুত খেলি থকাৰ সময়তে ৰিংকুৱে বিৰাট কোহলীক বেট বিচাৰিছিল। কলকাতা নাইট ৰাইডাৰ্ছৰ বেটছমেনক কোহলীয়ে নিজাকৈ এটা বেট দিলে। পিছত অনুশীলনৰ সময়ত বেটখন ভাঙি যায়। পিছত যেতিয়া আৰ চি বি কলকাতাত খেলিবলৈ আহিছিল, তেতিয়া ৰিংকুৱে পুনৰ কোহলীৰ কাষ চাপিছিল আৰু বেট বিচাৰিছিল। সেই ঘটনাক পুনৰ সজীৱ কৰি তুলিছে সূৰ্যকুমাৰে।

ছ'চিয়েল মিডিয়াত ৰিংকুৰ সৈতে এখন ছবিৰে সূৰ্য্যকুমাৰে লিখিছে, "ঈশ্বৰৰ পৰিকল্পনা"। পিছত তেওঁ লিখিছিল, "ঠিক আছে, বেটটো লওক, ৰিংকুৱে পুনৰ লিখিছে, "মোক বেটটো দিয়ক, দাদা।"

ক্ৰিকেটাৰসকলৰ ফালে চালে স্পষ্ট হৈ পৰে যে শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটাৰসকলৰ উল্লাসৰ আমেজ। ২৭ জুলাইত পল্লিকালত অনুষ্ঠিত হ’বলগীয়া ২০ অভাৰৰ প্ৰথমখন খেলত দুয়োটা দলে মুখামুখি হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু