--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় ৰেপাৰ য়’ য়’ হনী সিঙৰ জীৱনত পুনৰ পোখা মেলিছে প্ৰেমৰ বীজে। আকৌ প্ৰেমত পৰিছে হনী  সিং। হয়, ঠিকেই শুনিছে। শালিনী তালৱাৰৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পাছত হনী সিঙৰ জীৱনত প্ৰেম হিচাপে আহিছে টিনা থাদানী। নতুন প্ৰেয়সীৰ সৈতে সম্পৰ্ক ৰাজহুৱা কৰিছে হনী সিঙে।
Meet Tina Thadani, rumoured girlfriend of singer-rapper Honey Singh
দিল্লীৰ এক অনুষ্ঠানত দেখা গৈছিল ৰেপাৰগৰাকীক। য'ত তেওঁক নতুন প্ৰেমিকাৰ হাতত ধৰি থকা দেখা গৈছিল। দুয়োজনেই ৰাজহুৱাভাৱে প্ৰথমবাৰৰ বাবে একেলগে উপস্থিত হয়। 

প্ৰেমিকাৰ সৈতে হনী সিঙৰ এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে। হনীৰ নতুন প্ৰেমিকা টিনা থাডানী পেছাত এগৰাকী মডেল। হনী সিঙৰ সৈতে 'পেৰিছ কা ট্ৰিপ' গীতটোত দেখা গৈছিল টিনাক। টিনাই পৰিচালনা কৰিছে 'দ্য লেফট’ভাৰছ' ছবিখন। বাস্তৱ জীৱনত টিনা অতি গ্লেমাৰাছ আৰু ষ্টাইলিছ। টিনা ইনষ্টাত ছুপাৰ এক্টিভ। অনুৰাগীসকল টিনাৰ টোনড ফিগাৰ আৰু কিলাৰ লুকক লৈ উন্মাদ হৈ থাকে।
Honey Singh Dating Model Tina Thadani? Internet Thinks So
হনী সিং আৰু টিনা থাডানীৰ প্ৰেম সফল হবলৈ শুভকামনা জনাইছে অনুৰাগীসকলে। 

২০২২ চনৰ ছেপ্টেম্বৰ মাহত হনী সিং আৰু শালিনী তালৱাৰৰ বিবাহ বিচ্ছেদ হয়। ২০১১ চনত হনী সিং আৰু শালিনী তালৱাৰ বিবাহপাশত আৱদ্ধ হৈছিল। দুয়োৰে প্ৰেম কাহিনী স্কুলৰ পৰাই আৰম্ভ হৈছিল। ২০ বছৰ ধৰি ইজনে সিজনৰ লগত ডেটিং কৰিছিল। ১১ বছৰ সংসাৰ কৰাৰ পাছত হনী সিং আৰু শালিনী তালৱাৰৰ বিবাহ বিচ্ছেদ হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক